১/
জৱাহৰলাল নেহৰু ( কাৰ্যকাল১৫ আগষ্ট ১৯৪৭ ৰ পৰা ২৭ মে ১৯৬৪ লৈকে)
* গুলজাৰী লাল নন্দ (কাৰ্যকাল Acting ২৭ মে ১৯৬৪ ৰ পৰা ৯ জুন ১৯৬৪ লৈকে)
২/লাল বাহাদুৰ শাস্ত্ৰী ( কাৰ্যকাল ৯ জুন ১৯৬৪ ৰ পৰা ১১ জানুৱাৰী ১৯৬৬ লৈকে)
* গুলজাৰী লাল নন্দ (কাৰ্যকাল Acting ১১ জানুৱাৰী ৰ পৰা ২৪ জানুৱাৰীৰ পৰা ১৯৬৬ লৈকে)
৩/ইন্দিৰা গান্ধী (কাৰ্যকাল ২৪ জানুৱাৰী ১৯৬৬ ৰ পৰা ২৪ মাৰ্চ ১৯৭৭ লৈকে)
৪/মোৰাৰজী দেশাই ( কাৰ্যকাল ২৪ মাৰ্চ ১৯৭৭ ৰ পৰা ২৮ জুলাই ১৯৭৯ লৈকে)
৫/চৰন সিংহ ( কাৰ্যকাল২৮ জুলাই ১৯৭৯ ৰ পৰা ১৪ জানুৱাৰী ১৯৮০ লৈকে)
৬/ইন্দিৰা গান্ধী ( কাৰ্যকাল ১৪ জানুৱাৰী ১৯৮০ ৰ পৰা ৩১ অক্টোবৰ ১৯৮৪ লৈকে)
৭/ৰাজীৱ গান্ধী ( কাৰ্যকাল ৩১ অক্টোবৰ ১৯৮৪ ৰ পৰা ১ ডিচেম্বৰ ১৯৮৯ লৈকে)
৮/বিশ্বনাথ প্ৰতাপ সিংহ ( কাৰ্যকাল ২ ডিচেম্বৰ ১৯৮৯ ৰ পৰা ১০ নৱেম্বৰ ১৯৯০ লৈকে)
৯/চন্দ্ৰচেখৰ (কাৰ্যকাল ১০ নৱেম্বৰ ১৯৯০ ৰ পৰা ২১ জুন ১৯৯১ লৈকে)
১০/পি.ভি.নৰসিংহ ৰাও ( কাৰ্যকাল ২১ জুন ১৯৯১ ৰ পৰা ১৬ মে ১৯৯৬ লৈকে)
১১/অটল বিহাৰী বাজপেয়ী ( কাৰ্যকাল ১৬ মে ১৯৯৬ ৰ পৰা ১ জুন ১৯৯৬ লৈকে)
১২/এইছ.ডি.দেৱ গৌড়া ( কাৰ্যকাল১ জুন ১৯৯৬ ৰ পৰা ২১ এপ্ৰিল ১৯৯৭ লৈকে)
১৩/আই. কে. গুজৰাল ( কাৰ্যকাল২১ এপ্ৰিল ১৯৯৭ ৰ পৰা ১৮ মাৰ্চ ১৯৯৮ লৈকে)
১৪/অটল বিহাৰী বাজপেয়ী ( কাৰ্যকাল ১৯ মাৰ্চ ১৯৯৮ ৰ পৰা ২২ মাৰ্চ ২০০৪ লৈকে)
১৫/ড° মনমোহন সিংহ ( কাৰ্যকাল ২২মে ২০০৪ ৰ পৰা ২৬ ম ২০১৪ লৈকে)
১৬/ নৰেন্দ্ৰ মোডী ( কাৰ্যকাল ২৬ মে ২০১৪ ৰ পৰা ---