Saturday, 13 June 2020

How To Watch Netflix For Free

How to watch Netflix for free

Step 1. Open Netflix app or Go to Netflix.com in your Computer Web Browser

Step 2.
Click join free for a month

Step 3.
Click see the plans when prompted

Step 4.
Select a plan

Step 5.
Scroll down and click continue

Step 6.
Click continue when promoted

Step 7.
Enter an email address and password

Step 8.
Click continue

Step 9.
Select a payment method

Step 10.
Enter your payment details

Step 11.
Click start Membership

Step 12.
Cancel your Membership before getting billed.

Friday, 12 June 2020

অশোকচক্ৰত থকা ২৪ ডাল দণ্ডৰ অৰ্থ

অশোকচক্ৰৰ ২৪ ডাল দণ্ডৰ অৰ্থ :--
১/ধৈৰ্য্য
২/আৰোগ্য
৩/শান্তি
৪/ত্যাগ
৫/অনুশাসন
৬/সেৱা
৭/ক্ষমা
৮/ভালপোৱা
৯/মৈত্ৰী
১০/বন্ধুত্ব
১১/সংগঠন
১২/কল্যাণ
১৩/সমৃদ্ধি
১৪/উদ্যোগ
১৫/সুৰক্ষা
১৬/নিৰাপত্তা
১৭/নিয়ম
১৮/সমতা
১৯/অৰ্থ
২০/নীতি
২১/ন্যায়
২২/সহকাৰ্য
২৩/কৰ্তব্য
২৪/অধিকাৰ

Thursday, 11 June 2020

তোৰে মোৰে প্ৰেম কাহিনী

তোৰে মোৰে প্ৰেম কাহিনী
আধৰুৱা হৈয়ে ৰ’ল
কৃষ্ণই বৃন্দাবন এৰি
মথুৰালৈ গ’ল৷
তই গলি মোক এৰি
আনৰ হবলৈ
কৃষ্ণ আহিছিল জানো
ৰাধাৰ চকুলো চাবলৈ!
কবিতাৰ ছন্দবোৰ
তোৰ লগতে লৈ গলি,
বিৰহৰ বেদনাত গোপীসকলৰ
বুকুখনি থাকিল জ্বলি৷
ভাবিছিলো তোক লৈ
সৰু প্ৰজাঘৰ টোতে সুখেৰে থাকিম,
কৃষ্ণই কৈ গ’ল সকলোকে
মই আকৌ এবাৰ আহিম৷
বুজাব নোৱাৰো মনকে
কিদৰে বাধা দিও চকুলো,
বাঁহীৰ অমিয়া সুৰ সুৱৰি
যমুনাৰ পাৰতে কান্দিছে সকলো৷
কিয় বাৰু আমাৰ প্ৰেম
আধৰুৱা হৈ ৰ’ল,
কিয় বাৰু ৰাধাক পাহৰি
শ্ৰীকৃষ্ণ ৰুক্মিণীৰ হ’ল৷
আজিও বুজাব পৰা নাই নিজকে
কিমান ভাল লগা আছিল সেই সময়
নকৰিবা দুখ ৰাধা তুমি
তোমাৰ দৰেই দুখী মই৷
বহুদিন হৈ গ’ল নিজকে 
কিবা অচিনাকি যেন ল’গা হল
কিয় বাৰু শ্ৰীকৃষ্ণই 
ৰাধাক পাহৰি আনৰ হ’ল৷
এটি সঁচা প্ৰেম কাহিনী
আধৰুৱা হৈ ৰ’ল
তোৰ প্ৰতিছবি সদায় কিয়
মনত পৰা হ’ল৷
আহিবা শ্ৰীকৃষ্ণ তুমি
সুৰ বিলাই দিবা গকুল,বৃন্দাবন
নিজৰ আপোনজনক হেৰুৱাই
কেনেকৈ সুখী হ’য় মন!
ৰাধাৰ চকুলো যমুনাই দেখিলে
কবিতাই দেখে মোৰ দুখ
সঁচা প্ৰেম কাহিনী আধৰুৱা নকৰিবা
মিলন কৰি দিয়া স্বৰ্গ সুখ৷

Wednesday, 10 June 2020

মনটো জোনটোৰ দৰেই ধুনীয়া

মনটো জোনটোৰ দৰেই ধুনীয়া
সপোনবোৰ জোনটোৰ দৰেই 
কেতিয়াবা সৰু কেতিয়াবা ডাঙৰ
সংকল্পবোৰ জোনটোৰ দৰেই
পৰিস্থিতি যিমান প্ৰতিকূল নহওক কিয়
সদায় একে মনোবল লৈ থাকিম
আপোন হওক পৰ হওক 
জোনটোৱে ত’ৰা বোৰ সৈতে হঁহাৰ দৰে
মইও সকলোৰে লগত হাঁহিম৷

Monday, 8 June 2020

ভাৰতৰ দীৰ্ঘ ১০ খন দলঙৰ নাম

দেশৰ দীৰ্ঘ ১০ খন দলং :

১/ ধলা-শদিয়া দলং ( অসম) দৈৰ্ঘ্য ৯১৫০ মিটাৰ

২/মহাত্মা গান্ধী সেতু ( বিহাৰ) দৈৰ্ঘ্য ৫৭৫০ মিটাৰ

৩/বাদ্ৰা-ৱৰ্লি ছী লিংক ( মহাৰাষ্ট্ৰ) দৈৰ্ঘ্য ৫৫৭৫ মিটাৰ

৪/বিক্ৰমশীলা সেতু (বিহাৰ) দৈৰ্ঘ্য ৪৭০০ মিটাৰ

৫/ভেমবানাদ ৰে’ল দলং ( কেৰালা) দৈৰ্ঘ্য ৪৬২০ মিটাৰ

৬/দীঘা-সোণপুৰ দলং ( বিহাৰ) দৈৰ্ঘ্য ৪৫৫৬ মিটাৰ

৭/আৰা-চাপ্ৰা দলং ( বিহাৰ) দৈৰ্ঘ্য ৪৩৫০ মিটাৰ

৮/কুভুৰ-ৰাজমুদ্ৰী দলং ( অন্ধ্ৰপ্ৰদেশ) দৈৰ্ঘ্য ৪১৩৫ মিটাৰ

৯/মুংগেৰ গংগা দলং ( বিহাৰ) দৈৰ্ঘ্য ৪১৩৫ মিটাৰ

১০/চালাৰীঘাট দলং ( উত্তৰ প্ৰদেশ) দৈৰ্ঘ্য ৩২৬০ মিটাৰ

Sunday, 7 June 2020

ভাললগা কেইটামান শ্বায়েৰী Hindi Romantic Shayari Part 3

1. Mujhe Har Gunah Qabool Hai Sahab
Bas Sart Yahi Hai Ki
Mujhe Saja Dene Wala 
Khud Bekasoor Ho.


2.Hazar Bar Li Hai Tumne Talashi Meri Dil Ki
Batao Kabhi Kuch Mila Hai Ishme Pyar Ke Siwa.

3.A Dil Nadan Tujhe Huya Kya Hai
Aakhir Ish Dard Ki Dawa Kya Hai
Humko Unse Hai Umid Wafa Ki
Jo Jante Hi Nehi Ki Wafa Kya Hai.

4.Hasin Tha Wo Baspan Tab Khilone Zindagi The
Aur Aaj Tu Zindagi Hi Khilona Hai.

5.Log Bhul Jayenge Ki Aapne Kya Kaha
Log Bhul Jayenge Ki Aapne Kya Kiya
Par Log Yah Kabhi Nehi Bula Bhulenge Ki
Aapka Bartab Unke Sath Kaisa Hai

6.Dil Ko Bura Rakh Ke Juban Ka
Meetha Banna Mujhe Nehi Aata
Jisko Apnaya Dil Se Apnaya Meine
Aur Jishko Choura Dilse Choura Meine

7.Zindagi Lehar Thi Aap Sahil Huye
Na Jane Kaise Hum Aap Ke Kabil Huye
Na Bhula Payenge Hum Ush Hanshi Pal Ko
Jab Aap Humari Zindagi Mai Samil Huye.

8.Aap Khud Nehi Janti Aap Kitni Pyari Ho
Jan Tu Humari Par Jaan Se Pyari Ho
Dooriyan Ke Hone Se Koi Fark Nehi Padta
Aap Kal Bhi Humari Thi Aaj Bhi Humari Ho.

9.Suraj Wo Jo Din Bhar Asman Ka Sath De
Chand Wo Jo Rat Bhar Taro Ka Sath De
Pyar Wo Jo Zindagi Bhar Sath De
Aur Dosti Wo Jo Pal Pal Sath De.

10.Mohabbat Hi Barbaad Nehi Karti 
Kisi Ka Aadat Ho Jana Bhi
Barbadi Se Kam Nehi.

ভাৰতৰ কেইখনমান ঠাইৰ নাম ধেমেলীয়াকৈ জানো আহক

1. GREAT COUNTRY মহাৰাষ্ট্ৰ
2. ROYAL PLACE ৰাজস্থান
3.MR CITY শ্ৰীনগৰ
4.RHYTHM OF EYES নাইনিতাল
5.FACE চুৰট
6.UNMARRIED GIRL কন্যা কুমাৰী
7.NO ZIP চেন্নাই
8.COME IN EVENING ( ASSAM) অসম
9.GO AND COME গোৱা
10.ANSWER STATE উত্তৰ প্ৰদেশ
11.MAKE JUICE বনাৰস
12.DO DRAMA কৰ্ণাটক
13.MIDDLE STATE মধ্য প্ৰদেশ
14.MOM BY মুম্বাই
15.HI GROOM LATER হায়দৰাবাদ
16. ARUNA WALK অৰুণাচল

#জমনিৰ_বাবেহে

হিৰণ্যকশিপুৰ দৰে হৈছে কৰ’না ভাইৰাছ

হিৰণ্যকশিপুৰ দৰেই হৈছে কৰ’না ভাইৰাছ
জলতো নমৰে,স্থলতো নমৰে
আকাশতো নমৰে,পাতালতো নমৰে
ভিতৰতো নমৰে,বাহিৰতো নমৰে
মানুহৰ হাততো নমৰে,পশুৰ হাততো নমৰে
দৈত্যৰ হাততো নমৰে,দেৱতাৰ হাততো নমৰে
দিনতো নমৰে,ৰাতিও নমৰে
অস্ত্ৰৰেও মাৰিব নোৱাৰি,শস্ত্ৰৰেও মাৰিব নোৱাৰি

কেনেকৈ কৰ’না মৰিব একমাত্ৰ প্ৰভুৱেহে জানে হে প্ৰভু,অৱতাৰ লোৱা পৃথিৱীত.....

Saturday, 6 June 2020

সময় হৈ গ’ল নতুন

সুখ বিচাৰি দুখবোৰ কৰিলো আপোন 
চকুৰ পলকতে সকলো হৈ গল নতুন 
সেয়েহে আজিকালি নেদেখো সপোন 
সময়বোৰ হৈ গল ভগা দাপোণ 
সুখ বিচাৰি দুখবোৰ কৰিলো আপোন 
ৰৈ গলো একে ঠাইতে 
সময় হৈ গল নতুন ।

Friday, 5 June 2020

Genda Phool Song Lyrics

Song: Genda Phool
Movie: Badshah 
Singer(s): Badshah
Music By: Badshah
Lyricist(s): Badshah

Genda Phool Lyrics from Badshah


 Challe jab tu latak matak loundo ke dil patak patak
 Saanse jaayein aatak aatak aata majhi satak satak
 Bum tera gotte ghaye kamar pe teri butterfly
 Body teri makhan jaise khane mein bas tu butter khaye
 
 Come on baby ke ke kat du teri ticket ticket
 Khetala nahi cricket vricket par leloon teri wicket wicket
 
 (Boro loker biti lo lomba lomba chul
 Amon matha bendhe debo laal genda phool) - 2
 
 Sawala sa rang tera bawala sa thang tera
 Mein toh chori chori baatein ang ang tera
 Kar le kuch bhi karlunga teri mein hain
 Har lunga koi bhi pida ya
 Pagal hoon tere piche jaisa dimag mein kida
 Lage mitthi jaise sakhar sakhar
 Aaja chala le chakkar ckakkar
 Baki le lounde pakar pakar
 I am paris of the month
 
 Heartbeat missing jab tu look me in the eye
 Love tera baby mujhe take me to the sky
 
 Promise water never coming down from your eye
 You are my jaan baby never gonna lie
 
 (Boro loker bitilo lomba lomba chul
 Amon matha bendhe debo laal genda phool) - 2
 
 Its your boy badshah
 
 (Boro loker bitilo lomba lomba chul
 Amon matha bendhe debo laal genda phool) - 2

থুকৰাকে মেৰা প্যাৰ মেৰা ইন্টকাম দেখেগি😊

থুকৰাকে মেৰা প্যাৰ মেৰা ইন্টকাম দেখেগি😊 মাইক্ৰ ফাইনেঞ্চ বেংকৰ চাকৰিটো পোৱা বেছি দিন হোৱা৷সিদিনা খন গোটৰ কিস্তিৰ ধন আনিবলৈ গ’লো৷...