Thursday, 23 July 2020

Amazon Prime Day Quiz Answers: Participate And Win Rs 1,00,000 Rs

Amazon Prime Day Quiz Answers – July 23, 2020

Question 1.

When is Prime Day 2020 in India?
Answer:- 6th- 7th Aug

Question 2.

This Prime Day, Prime members get exclusive access to ____ products. Fill in the blanks
Answer:- Over 300

Question 3.

Only Prime members can avail Prime day offers.
Answer:- TRUE

Question 4.

Prime Day Special, World Premiere of Shakuntala Devi features which popular Bollywood actress?

Answer:- Vidya Balan

Question 5.

Prime members can tune into Prime Day special celebrity curated Music playlists from which of the following artists?
Answer:- All of the above

Wednesday, 22 July 2020

Paytm ৰ পৰা মাত্ৰ পাঁচ মিনিটত লাভ কৰক 500₹ টকা

শিৰোনামাটো দেখি নিশ্চয় আচৰিত হৈছে৷এতিয়া দেশত যিহেতু কৰ’না ভাইৰাছৰ বাবে লকডাউন চলি আছে সেয়ে মানুহবোৰ ঘৰতে থাকিবলগীয়া হৈছে৷এই লকডাউন চলি থকাৰ মাজতে বহু কেইটা Apps য়ে বিভিন্ন গেম খেলি বিভিন্ন আকৰ্ষণীয় পুৰস্কাৰৰ লগতে টকা জয়ী হোৱাৰ সুযোগ প্ৰদান কৰিছে৷

বাকী কেইটা Apps ৰ দৰে Paytm ত বহু কেইটা গেম উপলব্ধ আছে যিবোৰ খেলি Paytm Cash আয় কৰিব পাৰি৷

লকডাউনৰ সময়চোৱাত আটাইতকৈ বেছি জনপ্ৰিয় হোৱা Game টো হ’ল Online Ludu৷ভাৰতবৰ্ষত এইটো গেম কেইটা কোটি মানুহে খেলিছে আৰু বহুতে প্ৰতিযোগিতাত জয়ী হৈ পুৰস্কাৰ লাভ কৰিছে৷

শিৰোনামাত দিয়াৰ দৰে মাত্ৰ 5 মিনিটত 500₹ টকা লাভ কৰিবৰ বাবে আপুনি Paytm ৰ পৰা Ludu Game টো Download কৰিলেই হব৷

প্ৰথমে Paytm App ত যাওক৷

তাৰ পাছত  Show More ত Touch কৰক৷

ইয়াৰ পাছত Play Games ত যাওক আৰু Ludu ত Touch কৰক৷
Ludu ত Touch কৰাৰ পাছত install app & Get ₹500 বুলি দেখিব তাত চুই দি Install কৰক৷

Install হোৱাৰ পাছত এটা একাউণ্ট খোলক বা Paytm একাউণ্টৰ সহায়ত লগ ইন কৰক৷
লগে লগে Sign up Bonus হিচাপে আপোনাৰ Account ত ₹500 জমা হব৷
উক্ত Ludu Game app টোত Ludu খেলি লাভ কৰক 100000₹ ( এক লাখ) টকা জিকাৰ সুযোগ৷



Amazon Quiz Answers Today For 22nd July 2020:Samsung Galaxy Note 10*

Today's Amazon Quiz Answers- Samsung Galaxy Note 10*

Question 1.

In which Indian state is 'Rewa Solar Power Plant', one of the largest single-site solar power plants in India, located?

Answer- Madhya Pradesh

 

Question 2.

CBSE has partnered with which tech giant to deliver courses on digital safety and online well-being?

Answer- Facebook

Question 3.

Dharma Chakra Day, celebrated by Buddhists all over the world, commemorates which of the following?

Answer- Buddha's first sermon

 

Question 4.

Which famous rapper recently claimed he is running for President of Unites States in 2020?

Answer- Kanye West

 

Question 5.

Which Indian boxer has recently become World No. 1 in the 52kg weight category in the AIBA rankings?

Answer- Amit Panghal

Tuesday, 21 July 2020

Amazon Quiz Answers Today For 21st July 2020:Win Bose Soundsports Headphones

Today's Amazon Quiz Answers:Win Bose Soundsports Headphones

Question 1.

Which country, recently in news due to elephant deaths, is home to almost a third of African elephants?

Answer- Botswana

 

Question 2.

Institute of Liver and Biliary Sciences in Delhi is the host of India's first ________ , launched very recently.

Answer- Plasma Bank

Question 3.

For the first time ever which Grand Prix opened the F1 calendar with a closed door event?

Answer- Austrian Grand Prix

 

Question 4.

In Gujarat, Dhanvantri Rath services has been launched to provide what kind of services to the people?

Answer- Healthcare

 

Question 5.

Which 200-year-old apparel company, that outfitted 40 of the last 45 US presidents, recently filed for bankruptcy?

Answer- Brooks Brothers

Monday, 20 July 2020

Amazon Quiz Answers Today for 20th July 2020: Rs. 50,000 Amazon Pay Balance

Today's Amazon Quiz Answers- Win Rs. 50,000 Amazon Pay Balance

Question 1.

The Singer Laren museum in Amsterdam announced the theft of the 1884 painting 'Spring Garden' by which famous artist?

Answer- Van Gogh

 Question 2.

Defence Minister Rajnath Singh released a book titled 'Invincible' on which former Indian minister?

Answer- Manohar Parrikar

Question 3.

Ignaz Semmelweis, a 19th-century obstetrician, is now widely credited with discovering the medical importance of which of the following?

Answer- Hand Washing

 

Question 4.

Shaheed Diwas is observed on March 23rd to honour the day when Rajguru, Sukhdev Thapar and ________ attained martyrdom.

Answer- Bhagat Singh

 

Question 5.

Which of these upcoming movies starring Akshay Kumar, is a remake of the famous Tamil horror movie Kanchana?

Answer- Laxmmi Bomb

Sunday, 19 July 2020

MX PLAYER ৰ সহায়ত অতি সহজতে টকা (আয় ) উপাৰ্জন কৰক

প্ৰায় সকলোৰে মবাইলত উপলব্ধ থকা এটা অতি জনপ্ৰিয় Apps হ’ল Mx player
আমি বহুতে ভিডিঅ’ চাবৰ বাবেই Mx Player এপটো ব্যৱহাৰ কৰি আহিছো৷আজি মই আপোনালোকক Mx player ৰ সহায়ত কেনেকৈ অতি সহজে আয় উপাৰ্জন কৰিব পাৰিব তাক চমুকৈ কম৷
সাধাৰণতে Mx Player ৰ সহায়ত দুই ধৰণে আয় ( ধনৰাশি ) উপাৰ্জন কৰিব পাৰিব৷
১/Games খেলি
২/Mx Creator হৈ

Mx Player
Mx Player ত বৰ্তমান বহুতো Games উপলব্ধ আছে৷আপুনি Mx player ত গেম খেলিবলৈ Mx player App ত গৈ Games ত চুই দিয়ক৷

Mx Player ত উপলব্ধ হোৱা Game সমূহ দেখিবলৈ পাব৷লগতে জয়ী হ’লে কিমান ধনৰাশি পুৰস্কাৰ হিচাপে লাভ কৰিব তাকো দেখা পাব৷

নিজৰ পছন্দ অনুসৰি বা যিটো গেমত নিজকে Talented বুলি ভাৱে সেইটো গেম খেলক৷

Mx Player App ত  Quiz,Ludu,Carrom,Bubble Blast,Black puzzle, Piggy night,Jimbo jump,Slit sight,Focus Locus,Tiny Army আদি কৰি আৰু বহুতো খেল খেলিবলৈ পাব৷

Mx Creator 

Mx Player ত Mx Creator হৈ টকা উপাৰ্জন কৰিব পাৰিব৷
যদি আপুনি Video বনাই Youtube,Facebook বা অন্য Social Media ত Upload/Publish কৰে তেন্ত আপুনি নিজৰ Video সমূহ Mx Player ত publish কৰিব পাৰিব৷আপোনাৰ Facebook page আৰু Youtube Channel ৰ Link Mx Player ৰ লগত Connect কৰি Vido সমূহ Monetize কৰিব পাৰিব৷

Saturday, 18 July 2020

MX Player ৰ পৰা Image,Video,Audio,Apps কেনেকৈ Share কৰিব

ফাইল Share কৰা দুটা জনপ্ৰিয় চাইনিজ এপ Xender আৰু Share-it বন্ধ হোৱাৰ পৰা বহুতে হয়তো তেনে Fire sharing App প্লেষ্ট’ৰত বিচাৰি আছে৷

মই নিজেও বহু কেইটা File sharing app Download কৰি অলপ সময় ব্যৱহাৰ কৰি সন্তোষজনক নোহোৱাত Uninstall কৰিছো৷
এতিয়া অৱশ্যে সেই অসুবিধা নাই৷সকলোৰে Mobile ত MX Player এপটো install থাকেই৷এইটো এপৰ সহায়ত এতিয়া যিকোনো ফাইল ,image,audio,video,app ক্ষন্তেকতে ইজনে আনজনলৈ দিব পাৰিব৷
MX Player ৰ পৰা File Share কেনেকৈ কৰিব তাকে তলত Step by step লিখিছো যাতে সকলোৰে সহায় হয়৷

১/প্ৰথমে MX Player app ত যাওক ( যদি আপোনাৰ মবাইলত নাই play store ৰ পৰা Download কৰক)

২/বাওঁফালে থকা তিনিডাল আঁচত চুই দিয়ক৷

৩/Local ৰ তলতে File transfer option টো দেখিব তাত চুই দিয়ক৷

৪/যদি যিকোনো File Send কৰিব খুজে তেতিয়া Send ত চুই দিয়ক আৰু যদি Received কৰিব খুজে Receive ত চুই দিয়ক৷(ইয়াত যিহেতু file share কেনেকৈ কৰিব লিখিছো গতিকে Send কৰিব লাগিব)

৫/Send ত চুই দিয়াৰ পাছত যিটো Video,audio,image,Apps পঠাব বিচাৰে সেইটো select কৰক৷

৬/File select কৰাৰ পাছত Share Now ত চুই দিয়ক৷

৭/এতিয়া এখন নতুন Screen দেখা পাব তাত Enabled Bluetooth আৰু WLAN option দুটা দেখা পাব৷দুয়োটা Allow কৰি দিয়ক৷

৮/তাৰ পাছত যিজনে Receive কৰিব তেওঁৰ নামটোত touch কৰি দিয়ক নতুবা QR Code scan কৰি দিয়ক৷লগে লগে আপুনি পঠিওৱা File তেওঁ পাই যাব৷

Friday, 17 July 2020

জণ্ডিছ ৰোগৰ বন ঔষধ


জণ্ডিছ ৰোগ সাধাৰণতে পানী দূষিত
হোৱাৰ ফলত হয় । ইয়াৰ বাবে শৰীৰে
তেজ ভালদৰে বনাব নোৱাৰা হয় ।
যাৰ বাবে শৰীৰ , চকু আদি হালধীয়া
হয় । ভোক নলগা , খাদ্য দেখিলে
বমি ভাব হোৱা , মুখৰ ৰুচি নোহোৱা
হোৱা আদি লক্ষণ দেখা দিয়ে ।

১. প্ৰতিদিনে ২-৩গিলাচ কুঁহিয়াৰৰ
ৰসত গোল নেমুৰ ৰস মিহলাই খাওক
।
২. ১ গিলাচ কুঁহিয়াৰৰ ৰস লৈ তাত ১টা
বুটমাহৰ সমান চূণ ভালকৈ মিহলাই
দিনত ২বাৰ খাওক ।
৩. ট্ৰিফলা চূৰ্ণ ১চামুচ আৰু মৌ দুই
চামুচ মিহলাই দিনত দুই বাৰ খাওক ।।
৪. ১গিলাচ পানীত ১ চামুচ ট্ৰিফলা
চূৰ্ণ ভালকৈ
গৰম কৰি চাহৰ নিচিনা খাওক ।
৫. শিলিখা গুড়ি মৌৰ লগত মিহলাই
দৈনিক 2 চামুচ খাওক ।
৬. বেলৰ পাতৰ ৰস উলিয়াই তাত 1
চিমতা জালুকৰ গুড়ি মিহলাই আধা
কাপ কৰি দিনত ২ বাৰ খাওক ।
৭. শুকান আদাৰ গুড়ি আৰু মৌ সম
অনুপাতত মিহলাই দৈনিক ২চামুচ দুই
সময়ত খাওক ।
৮. ভৌথা শাকৰ গুটি গুড়ি কৰি
ৰাতিপুৱা আৰু গধূলি 1 চামুচ কৰি
খালে ভাল ফল পায় ।
৯. পিয়াজ সৰু সৰু কৈ কাটি তাত
নেমুৰ ৰস মিহলাই খাওক ।।।
১০. তৰমুজ খালেও জণ্ডিছ ভাল হয়৷
১১. কৰ্দৈ টেঙাৰ আঞ্জা বনাই খাব
পাৰে ৷

©Source: Internet

Wednesday, 15 July 2020

মাত্ৰ ৫৭৯৯ টকাত আইফোন

মাত্ৰ ৫৭৯৯ টকাত আপুনি এটা আইফোন কিনিব পাৰে৷
শুনিবলৈ অবিশ্বাস্য যদিও কথাটো সম্পূৰ্ণ সত্য৷
৫৭৯৯ টকাত Apple iphone কিনিবলৈ আপুনি প্ৰথমে 2gud.com নামৰ Website টোত যাব লাগিব৷

 2gud.com ত গৈ আপোনাৰ এটা একাউণ্ট সৃষ্টি কৰি লব৷
তাৰ পাছত Search Box ত iphone search কৰিলে তাত উপলব্ধ থকা আইফোনৰ তালিকা খন মূল্যৰ ( Price) সৈতে দেখা পাব৷
আপোনাৰ নিজৰ পছন্দ অনুসৰি iphone ক্ৰয় কৰিব পাৰিব৷
যদি ক্ৰয় কৰিব বিচাৰে Description ভালকৈ পঢ়ি চাব৷
আইফোন সমূহ কিন্তু New নহয় Refurbished হয়৷

ওপৰত দিয়া শিৰোনাম অনুসৰি ৫৭৯৯ টকাত এটা iphone 4s ( Refurbished) ক্ৰয় কৰিব পাৰিব৷

তলত দিয়া Link টোত গৈ চাব পাৰিব
link:https://www.2gud.com/search?q=iphones&marketplace=EMERALD

@ওপৰৰ ৰঙা আখৰ কেইটাত চুই দি Youtube ত Video টো চাব পাৰিব৷

Tuesday, 14 July 2020

Sony Liv App ত Game খেলি জিকক নগদ ধনৰাশি আৰু বহুতো আকৰ্ষণীয় উপহাৰ

Sony Liv App ত Game খেলি জিকক নগদ ধনৰাশি আৰু বহুতো আকৰ্ষণীয় উপহাৰSony Liv App ত Game খেলিবৰ বাবে প্ৰথমে Play store ৰ পৰা App টো ডাউনলড্ কৰি লওক৷

ডাউনলড্ কৰাৰ পাছত তাত এটা একাউণ্ট বনাই লওক৷

একাউণ্ট বনাই লোৱাৰ পাছত Sony Liv App Game Section ত যাওক আৰু আপোনাৰ নিজৰ পছন্দ অনুসৰি যি গেম খেলি ভালপায় সেইটো Game খেলক৷

সকলো Game তেই নগদ ধনৰাশিৰ লগত বহুতো আকৰ্ষণীয় উপহাৰ লাভ কৰিব৷

তলত Sony Liv App ত উপলব্ধ হোৱা গেম সমূহৰ Screenshots দিয়া আছে ৷
https://youtu.be/Y0zlQZPDK94

Academic Calendar Assam 2026-27

Academic Calendar Assam 2026-27 Academic Calendar Assam 2026-27