Saturday, 8 November 2025

সঁচা কোৱাৰ লগতে সাহসী হোৱাটোও প্ৰয়োজন৷

সঁচা কোৱাৰ লগতে সাহসী হোৱাটোও প্ৰয়োজন৷



"আয়ুষ্মান ভৱ” মানে কি? What is the meaning of Ayushman Bhava?

"আয়ুষ্মান ভৱ" সংস্কৃত বাক্যাংশৰ অৰ্থ "আপুনি দীৰ্ঘায়ু হওক"।

"Ayushman Bhava" is a Sanskrit phrase meaning "May you live long"

বেয়াখিনি ত্যাগ কৰি ভালখিনি আকোঁৱালি লব পৰা জনৰ সমান মহৎ কোনো নাই৷

বেয়াখিনি ত্যাগ কৰি ভালখিনি আকোঁৱালি লব পৰা জনৰ সমান মহৎ কোনো নাই৷


বৰ্তমান বিশ্বত মুঠ কিমান খন দেশ আছে? How many country in the world 2025 ?

বৰ্তমান বিশ্বত মুঠ ১৯৫ খন দেশ আছে৷

There are 195 countries in the world, according to the United Nations recognition. world, according to the United Nations recognition.

Wednesday, 5 July 2023

থুকৰাকে মেৰা প্যাৰ মেৰা ইন্টকাম দেখেগি😊

থুকৰাকে মেৰা প্যাৰ মেৰা ইন্টকাম দেখেগি😊
মাইক্ৰ ফাইনেঞ্চ বেংকৰ চাকৰিটো পোৱা বেছি দিন হোৱা৷সিদিনা খন গোটৰ কিস্তিৰ ধন আনিবলৈ গ’লো৷গোটৰ প্ৰায়বোৰ সদস্যাই দিলে যদিও এগৰাকী মহিলাই দিয়া নাই৷
মই কলো:“বাইদেউ কিস্তিৰ পইছাটো দিয়ক”

মহিলাগৰাকী: ( সেমেনাসেমেনি কৰি ) ছাৰ,এই সপ্তাহত মই কিস্তিৰ পইছা দিব নোৱাৰিম৷

মই: কিয়?

মহিলাগৰাকী: ( তলমূৰ কৰি)ছাৰ,মই জমা কৰি থোৱা পইছা কেইটা মানুহজনে খৰছ কৰিলে৷

মই ভালকৈ চাই লক্ষ্য কৰিলো সেইজনীটো মিনাক্ষী হয়৷যিজনীয়ে মোক কেইদিন মান ভালপায় বেলেগ এটাৰ লগত পলাই গৈছিল৷হঠাতে মনলৈ কি ভাৱ আহিল জানো মোৰ কৈ দিলো: এইফালে চোৱা মিনাক্ষী৷মোক চিনি পাইছানে?

তাই মূৰ ডাঙি চালে৷উম চিনি পাইছো বুলি মূৰ দুপিয়ালে৷মুখলৈ অলপ হাঁহি আনি কলে“এই বাৰ কিবা এটা মেনেজ কৰক জান দা৷অহা সপ্তাহৰ পৰা এনেকুৱা নকৰো৷আপুনিতো মোৰ চিনাকি মানুহ৷অহা সপ্তাহত দুয়োটা কিস্তি দি দিম”

মোৰ মনত তেতিয়া তাই মোক বেঙেনা দিয়া কথাটো মনলৈ আহিল৷এইক আজি এৰি দিয়াত নাই৷তাইক আজি ভালকৈ এসেকা দিম বুলি মনতে ভাবিলো৷

মই: চিনাকি অচিনাকি কথা নাই৷মোক কিস্তিৰ পইছা লাগিবই ৷আৰু তুমি কেনেকুৱা মই জানো নহয়৷

তাই অলপ লাজ পালে৷
মই কলো: মই ইয়াত থাকোতেই কিবা মেনেজ কৰি আনি দিবা নে তোমালোকৰ ঘৰলৈ যাব লাগিব?

তাই কলে “বলক আমাৰ ঘৰলৈকে কি কৰিব পাৰো চাওঁ”
 
তাইৰ পাছে পাছে গৈ ঘৰ পালোগৈ৷ঘৰ পায়েই তাই এফালৰ পৰা বাকচ,আলমাৰী খুচৰিবলৈ লাগিল৷গোটেই কাপোৰ কানি উলিয়াই বজাৰৰ নিচিনা কৰি পেলালে৷তাইক এনেকৈ হাৰাশাস্তি দি মোৰ ভালো লাগিল৷কাৰণ তাই মোক যিটো বেঙেনা দিছিল প্ৰেমৰ নামত সেইটো কেতিয়াও পাহৰিব নোৱাৰো৷তাই গোটেই জনী ঘামিজামি অৱস্থা নাই৷মই ফেনৰ তলত বহি মবাইলত খুউব জুৰেৰে গান এটা শুনি আছো৷এতিয়ালৈকে ২৫ বাৰ মান শুনিলো আৰু এতিয়াও বাজি আছে গানটো
“থুকৰা কে মেৰা প্যাৰ মেৰা ইন্টকাম দেখেগি”😊

Sunday, 23 October 2022

আ আখৰে আৰম্ভ হোৱা ৬ বিধ ফলৰ নাম

আ আখৰে আৰম্ভ হোৱা ৬ বিধ ফলৰ নাম


১/ আপেল

২/আম

৩/আহোম বগৰী

৪/আটলাচ

৫/আমলখী

৬/আনাৰস

অ আখৰে আৰম্ভ হোৱা ৩ বিধ ফলৰ নাম

অ আখৰে আৰম্ভ হোৱা ৩ বিধ ফলৰ নাম


১/অমৰা

২/অমিতা

৩/অমৰুদ ( অম্বা )

Thursday, 6 October 2022

পথাৰ


পথাৰবোৰ আজিকালি
উদং হৈ ৰ’ল
চৰকাৰী চাউলেৰে
বস্তা টিনবোৰ ভৰ্তি হ’ল৷

কাম বেছি নকৰো কষ্টও নকৰো
ৰ’দ বৰষুণ নালাগে গাত
চৰকাৰী চাউল মুঠি সিজাই
খাম সুখেৰে ভাত৷

সেউজীয়া পথাৰ আজিকালি
সোণোৱালী নোহোৱাৰ বেদনাত উচুপি উঠে
ফ্ৰীতে সকলো পোৱাৰ বাবে
আদ্দাৰ পৰা বহু লোক নুঠে৷

এনেদৰে সময় গৈ থাকিলে 
কি হ’ব বাৰু এদিন?
ভাবি চাবচোন এবাৰ
আহিবনে সুদিন বা দুৰ্দিন!!

Tuesday, 4 October 2022

🆃🅾🅿 🆃🅴🅽 🅰🅽🅳🆁🅾🅸🅳 🅿🅷🅾🅽🅴🆂 🅸🅽 2022

🆃🅾🅿 🆃🅴🅽 🅰🅽🅳🆁🅾🅸🅳 🅿🅷🅾🅽🅴🆂 🅸🅽 2022

1. Samsung Galaxy S22 ultra
2. Honor 70
3.Samsung Galaxy S22
4.Oneplus 10 Pro
5.Google Pixel 6 Pro
6.Xiaomi 12 Pro
7.Oppo Find X5 Pro
8.Realme GT2
9.Asus Rog Phone 6D Ultimate
10.Xiaomi 12

Sunday, 2 October 2022

Shortest Man and Woman in the World 2022 বিশ্বৰ আটাইতকৈ চাপৰ পুৰুষ আৰু মহিলা গৰাকী ২০২২

Shortest Man and Woman in the World 2022 বিশ্বৰ আটাইতকৈ চাপৰ পুৰুষ আৰু মহিলা গৰাকী ২০২২

Shortest Man in the World 2022
বিশ্বৰ আটাইতকৈ চাপৰ মানুহজন ২০২২

Dor Bahadur Khapangi
দুৰ বাহাদুৰ খাপাংগী


Shortest Woman in the World 2022
বিশ্বব আটাইতকৈ চাপৰ মহিলাগৰাকী

Jyoti Amge
জ্যোতি আমগে্

সঁচা কোৱাৰ লগতে সাহসী হোৱাটোও প্ৰয়োজন৷

সঁচা কোৱাৰ লগতে সাহসী হোৱাটোও প্ৰয়োজন৷