Saturday, 8 November 2025

সঁচা কোৱাৰ লগতে সাহসী হোৱাটোও প্ৰয়োজন৷

সঁচা কোৱাৰ লগতে সাহসী হোৱাটোও প্ৰয়োজন৷



"আয়ুষ্মান ভৱ” মানে কি? What is the meaning of Ayushman Bhava?

"আয়ুষ্মান ভৱ" সংস্কৃত বাক্যাংশৰ অৰ্থ "আপুনি দীৰ্ঘায়ু হওক"।

"Ayushman Bhava" is a Sanskrit phrase meaning "May you live long"

বেয়াখিনি ত্যাগ কৰি ভালখিনি আকোঁৱালি লব পৰা জনৰ সমান মহৎ কোনো নাই৷

বেয়াখিনি ত্যাগ কৰি ভালখিনি আকোঁৱালি লব পৰা জনৰ সমান মহৎ কোনো নাই৷


বৰ্তমান বিশ্বত মুঠ কিমান খন দেশ আছে? How many country in the world 2025 ?

বৰ্তমান বিশ্বত মুঠ ১৯৫ খন দেশ আছে৷

There are 195 countries in the world, according to the United Nations recognition. world, according to the United Nations recognition.

Wednesday, 5 July 2023

থুকৰাকে মেৰা প্যাৰ মেৰা ইন্টকাম দেখেগি😊

থুকৰাকে মেৰা প্যাৰ মেৰা ইন্টকাম দেখেগি😊
মাইক্ৰ ফাইনেঞ্চ বেংকৰ চাকৰিটো পোৱা বেছি দিন হোৱা৷সিদিনা খন গোটৰ কিস্তিৰ ধন আনিবলৈ গ’লো৷গোটৰ প্ৰায়বোৰ সদস্যাই দিলে যদিও এগৰাকী মহিলাই দিয়া নাই৷
মই কলো:“বাইদেউ কিস্তিৰ পইছাটো দিয়ক”

মহিলাগৰাকী: ( সেমেনাসেমেনি কৰি ) ছাৰ,এই সপ্তাহত মই কিস্তিৰ পইছা দিব নোৱাৰিম৷

মই: কিয়?

মহিলাগৰাকী: ( তলমূৰ কৰি)ছাৰ,মই জমা কৰি থোৱা পইছা কেইটা মানুহজনে খৰছ কৰিলে৷

মই ভালকৈ চাই লক্ষ্য কৰিলো সেইজনীটো মিনাক্ষী হয়৷যিজনীয়ে মোক কেইদিন মান ভালপায় বেলেগ এটাৰ লগত পলাই গৈছিল৷হঠাতে মনলৈ কি ভাৱ আহিল জানো মোৰ কৈ দিলো: এইফালে চোৱা মিনাক্ষী৷মোক চিনি পাইছানে?

তাই মূৰ ডাঙি চালে৷উম চিনি পাইছো বুলি মূৰ দুপিয়ালে৷মুখলৈ অলপ হাঁহি আনি কলে“এই বাৰ কিবা এটা মেনেজ কৰক জান দা৷অহা সপ্তাহৰ পৰা এনেকুৱা নকৰো৷আপুনিতো মোৰ চিনাকি মানুহ৷অহা সপ্তাহত দুয়োটা কিস্তি দি দিম”

মোৰ মনত তেতিয়া তাই মোক বেঙেনা দিয়া কথাটো মনলৈ আহিল৷এইক আজি এৰি দিয়াত নাই৷তাইক আজি ভালকৈ এসেকা দিম বুলি মনতে ভাবিলো৷

মই: চিনাকি অচিনাকি কথা নাই৷মোক কিস্তিৰ পইছা লাগিবই ৷আৰু তুমি কেনেকুৱা মই জানো নহয়৷

তাই অলপ লাজ পালে৷
মই কলো: মই ইয়াত থাকোতেই কিবা মেনেজ কৰি আনি দিবা নে তোমালোকৰ ঘৰলৈ যাব লাগিব?

তাই কলে “বলক আমাৰ ঘৰলৈকে কি কৰিব পাৰো চাওঁ”
 
তাইৰ পাছে পাছে গৈ ঘৰ পালোগৈ৷ঘৰ পায়েই তাই এফালৰ পৰা বাকচ,আলমাৰী খুচৰিবলৈ লাগিল৷গোটেই কাপোৰ কানি উলিয়াই বজাৰৰ নিচিনা কৰি পেলালে৷তাইক এনেকৈ হাৰাশাস্তি দি মোৰ ভালো লাগিল৷কাৰণ তাই মোক যিটো বেঙেনা দিছিল প্ৰেমৰ নামত সেইটো কেতিয়াও পাহৰিব নোৱাৰো৷তাই গোটেই জনী ঘামিজামি অৱস্থা নাই৷মই ফেনৰ তলত বহি মবাইলত খুউব জুৰেৰে গান এটা শুনি আছো৷এতিয়ালৈকে ২৫ বাৰ মান শুনিলো আৰু এতিয়াও বাজি আছে গানটো
“থুকৰা কে মেৰা প্যাৰ মেৰা ইন্টকাম দেখেগি”😊

Sunday, 23 October 2022

আ আখৰে আৰম্ভ হোৱা ৬ বিধ ফলৰ নাম

আ আখৰে আৰম্ভ হোৱা ৬ বিধ ফলৰ নাম


১/ আপেল

২/আম

৩/আহোম বগৰী

৪/আটলাচ

৫/আমলখী

৬/আনাৰস

অ আখৰে আৰম্ভ হোৱা ৩ বিধ ফলৰ নাম

অ আখৰে আৰম্ভ হোৱা ৩ বিধ ফলৰ নাম


১/অমৰা

২/অমিতা

৩/অমৰুদ ( অম্বা )

Thursday, 6 October 2022

পথাৰ


পথাৰবোৰ আজিকালি
উদং হৈ ৰ’ল
চৰকাৰী চাউলেৰে
বস্তা টিনবোৰ ভৰ্তি হ’ল৷

কাম বেছি নকৰো কষ্টও নকৰো
ৰ’দ বৰষুণ নালাগে গাত
চৰকাৰী চাউল মুঠি সিজাই
খাম সুখেৰে ভাত৷

সেউজীয়া পথাৰ আজিকালি
সোণোৱালী নোহোৱাৰ বেদনাত উচুপি উঠে
ফ্ৰীতে সকলো পোৱাৰ বাবে
আদ্দাৰ পৰা বহু লোক নুঠে৷

এনেদৰে সময় গৈ থাকিলে 
কি হ’ব বাৰু এদিন?
ভাবি চাবচোন এবাৰ
আহিবনে সুদিন বা দুৰ্দিন!!

Tuesday, 4 October 2022

🆃🅾🅿 🆃🅴🅽 🅰🅽🅳🆁🅾🅸🅳 🅿🅷🅾🅽🅴🆂 🅸🅽 2022

🆃🅾🅿 🆃🅴🅽 🅰🅽🅳🆁🅾🅸🅳 🅿🅷🅾🅽🅴🆂 🅸🅽 2022

1. Samsung Galaxy S22 ultra
2. Honor 70
3.Samsung Galaxy S22
4.Oneplus 10 Pro
5.Google Pixel 6 Pro
6.Xiaomi 12 Pro
7.Oppo Find X5 Pro
8.Realme GT2
9.Asus Rog Phone 6D Ultimate
10.Xiaomi 12

Academic Calendar Assam 2026-27

Academic Calendar Assam 2026-27 Academic Calendar Assam 2026-27