Showing posts with label STUDENT CORNER. Show all posts
Showing posts with label STUDENT CORNER. Show all posts

Monday, 7 September 2020

ইংৰাজীত ফলমূলৰ নাম ( Fruits name in English)

ইংৰাজীত ফলমূলৰ নাম ( Fruits name in English )

Apple ( এপল্ ) আপেল
Almond ( অলমণ্ড ) বাদাম
Banana ( বানানা ) কল
Cashewnut ( কেছুউনাট ) কাজু বাদাম
Coconut ( ক’ক’নাট ) নাৰিকল
Cucumber ( কিউকাম্বাৰ ) তিঁয়হ
Date ( তাৰিখ ) খেজুৰ
Fig ( ফিগ ) ডিমৰু
Grapes ( গ্ৰেপছ ) আঙুৰ
Groundnut ( গ্ৰাউণ্ডনাট ) চীনাবাদাম
Guava ( গুৱেভা ) মধুৰীআম
Jackfruit ( জেকফ্ৰুইট ) কঠাল
Lemon ( লেমন ) নেমু
Litchi ( লিচ্চি ) লিচু
Mango ( মেংগু ) আম
Melon ( মেলন ) তৰমুজ
Olive ( অলিভ ) জলফাই
Orange ( অৰেঞ্জ ) কমলা
Papaya ( পাপায়া ) অমিতা
Pear ( পিয়াৰ ) নাচপতি
Peach ( পিচ ) বগৰী
Pineapple ( পাইনাপল) মাটি কঠাল,আনাৰস
Pistachio ( পিষ্টাচিঅ’ ) পেষ্টা
Plum ( প্লাম ) এবিধ বগৰী
Pomegranate ( পমগ্ৰানেট ) ডালিম
Raisin ( ৰেজিন ) খিচ্ মিচ
Walnut ( ৱালনাট ) আখৰোট

Saturday, 5 September 2020

ইংৰাজীত ৰোগৰ নাম

Ailment ( এইলমেণ্ট) ৰোগ
Acidity ( এচিডিটি ) অম্লপিত্ত
Anaemia ( এনিমিয়া) ৰক্তহীনতা
Asthma ( এজমা ) হাপানী
Bald ( বেলড্ ) তপা
Blind ( ব্লাইণ্ড ) অন্ধ
Belching ( বেলচিং ) উগাৰ মৰা
Bleeding ( ব্লিডিং ) তেজ যোৱা
Boil ( বইল ) ফোঁহা
Bronchitis ( ব্ৰংকাইটিছ ) শ্বাসৰোগ
Cataract ( কেটেৰেক্ট ) চকুনমা
Cholera ( কলেৰা ) কলেৰা,হাইজা
Constipation ( কনষ্টিপেছন ) কৌষ্ঠ-কাঠিন্য
Coryza ( কেৰাইজা ) পানীলগা
Cough ( কফ্ ) কাহ
Disease ( ডিজিজ্ ) ৰোগ,অসুখ,বেমাৰ
Diabetes ( ডায়বেটিছ ) বহুমূত্ৰ
Diarrhoea ( ডায়েৰিয়া ) অতিসাৰ
Dumb ( ডাম ) বোবা
Dysentery ( ডিছেনট্ৰী ) গ্ৰহণী
Eczema ( একজিমা ) বেচু
Epistaxis ( এপিষ্টেক্সিছ ) নাকেৰে তেজবোৱা
Epilepsy ( এপিলেপছী ) মৃগী 
Giddiness ( গিডিনেছ ) মূৰ ঘূৰণী
Headache ( হেডএক ) মূৰৰ বিষ
Hurt ( হাৰ্ট ) আঘাত
Hiccup ( হিকাপ ) হিকটি
Indigestion ( ইনডাইজেছন ) অজীৰ্ণ,বদহজম
Itch ( ইচ্ছ ) খজুৱতি
Jaundice ( জণ্ডীছ ) জণ্ডীছ
Lame ( লেম ) খোৰা
Lean ( লীন ) ক্ষীণ
Leprosy ( লেপ্ৰছী ) কুষ্ঠৰোগ
Lunacy ( লুনেচী ) উন্মাদ
Loose stool ( লুজ ষ্টুল ) পেট চলা
Mad ( মেড ) পাগল
Narcoloepsy  ( নাৰকেলেপছী ) নিদ্ৰাৰোগ
Pain ( পেইন ) বিষ
Pimple ( পিম্ পল) শালমইনা
Rheumatism ( ৰিউমেটিজম্ ) বাত বেমাৰ
Sorethroat ( ছোৰথ্ৰোট ) গলদাহ
Sore ( ছোৰ ) খহু
Stomachache ( ষ্টোমাকএক ) পেটৰ বিষ
Scabies ( স্কেইবিজ ) খজুৱতি
Small pox ( স্মল পক্স ) বসন্ত ৰোগ
Sprain ( স্প্ৰেইন ) মোচোকা
Sunstroke ( ছানষ্ট্ৰ’ক ) ৰ’দত মুৰ্ছা যোৱা
Typhoid ( টাইফয়ড ) আন্ত্ৰিক সন্নিপাত জ্বৰ
Typhus ( টাইফাছ ) সন্নিপাত জ্বৰ
Tumour ( টিউমাৰ ) টেমুনা
Tonsil ( টনছিল ) টনছিল
Vomit ( ভমিট ) বমি কৰা

Thursday, 3 September 2020

ইংৰাজীত খাদ্যবস্তুৰ নাম

Barley ( বাৰ্লি ) বাৰ্লি
Beef ( বীফ ) গোমাংস
Beaten Paddy ( বিটেন পেডী ) চিৰা
Biscuit ( বিস্কিট ) বিস্কুট
Bread ( ব্ৰেড ) পাউৰুটি
Butter ( বাটাৰ ) মাখন
Cake ( কেক ) কেক
Cereal ( চীৰিয়েল ) খাদ্যশস্য
Cheese ( চীজ ) চীজ
Curry ( কাৰী ) তৰকাৰী,জোল
Coffee ( কফি ) কফি
Cream ( ক্ৰিম ) সৰ, ক্ৰিম
Egg ( ঈগ ) কণী, ডিম
Flour ( ফ্লাউৰ ) আটা
Garlic ( গাৰলিক ) নহৰু
Ginger ( জিনজাৰ ) আদা
Honey ( হনী ) মৌ
Juice ( জুচ ) ৰস
Lentil ( লেণ্টিল ) মচুৰ
Maize ( মেইজ) মাকৈ
Meat ( মিট ) মাংস
Millet ( মিলেট ) কণীধান
Milk ( মিল্ক ) গাখীৰ
Mince Meat ( মিন্স মিট ) মিহিকৈ কটা মাংস, শুকান ফল
Molasses ( মোলাছেজ ) গুড়
Mustard ( মাষ্টাৰ্ড ) সৰিয়হ
Mutton ( মাটন ) ছাগলী মাংস
Oil ( অইল ) তেল
Paddy ( পেডী ) ধান
Pea ( পী ) মটৰ মাহ
Pickle ( পিকল) আচাৰ
Poppy ( পপী ) আফু
Puffed Rice ( পাফড্ ৰাইচ ) মুড়ি
Rice ( ৰাইচ ) ভাত
Sauce ( ছছ্ ) চাটনী
Sugar Candy ( ছুগাৰ  কেণ্ডী ) মিচিৰি
Sesamum ( ছিছেমাম ) তিল
Sweets ( ছুইটছ ) মিঠাই
Syrup ( ছিৰাপ ) চৰ্বত
Tea ( টি ) চাহ
Vinegar ( ভিনেগাৰ ) ভিনেগাৰ
Water ( ৱাটাৰ ) পানী
Wheat ( হুইট ) ঘেঁহু
Wine ( ৱাইন ) মদ

Friday, 21 August 2020

শৰীৰৰ অংশ সমূহৰ নাম ইংৰাজীত জানো আহক (Parts of the Body)

Abdomen (এবডমেন) তলপেট
Ankle ( এংকল ) ভৰিৰ গাঠি
Arm ( আৰ্ম ) বাহু
Armpit ( আৰ্মপিট) কাষলতি
Artery ( আৰটাৰী) ধমনী
Anus ( এনাছ ) গুহ্যদ্বাৰ
Back ( বেক ) পিঠি
Belly ( বেলী ) পেট
Beard ( বিয়েৰ্ড ) দাড়ি
Blood ( ব্লাড ) তেজ
Brain ( ব্ৰেইন ) মগজু
Bone ( ব’ন ) হাড়
Breast ( ব্ৰেষ্ট ) বুকু
Calf ( কাফ ) কলাফুল
Cheeks ( চিকছ্‌ ) গাল
Chest ( চেষ্ট ) বুকু
Chin ( চিন ) থুঁতৰি
Collar Bone ( কলাৰ ব’ন ) ডিঙিৰ হাড়
Ear ( ইয়েৰ ) কাণ
Eardrum ( ইয়েৰ ড্ৰাম ) কাণৰ লতি
Elbow ( এলব’ ) কিলাকুটি
Eye ( আই ) চকু
Eyelid ( আইলিড ) চকুৰ পতা
Eyelash ( আইলেছ) চকুৰ পতাৰ নোম
Eyeball ( আই বল ) চকুৰ মণি
Face ( ফেচ ) মুখ
Finger ( ফিংগাৰ ) হাতৰ আঙুলি
Forehead ( ফৰহেড ) কপাল
Foot ( ফুট ) ভৰি
Gullet ( গালেট ) খাদ্যনলীৰ মুখ
Hand ( হেণ্ড ) হাত
Heel ( হীল ) গোৰোহা
Heart ( হাৰ্ট ) হৃদযন্ত্ৰ
Intestine ( ইন্টেষ্টাইন ) অন্ত্ৰ
Kidney ( কিডনী ) বৃক্ক
Liver ( লিভাৰ ) যকৃত
Lip ( লিপ ) ওঠ
Leg ( লেগ ) ভৰি
Little Finger ( লিটল ফিংগাৰ ) কেঞা আঙুলি
Lung ( লাং ) হাওঁফাওঁ
Mouth ( মাউথ ) মুখ
Moustache ( মোচটাশ্ব ) মোচ
Muscle ( মাছল ) পেশী
Nail ( নেইল ) নখ
Navel ( নেভেল ) নাভি
Nostril ( ন’জট্ৰিল ) নাকৰ বিন্ধা
Nose ( ন’জ ) নাক
Neck ( নেক ) ডিঙি
Palm ( পাম ) হাতৰ তলুৱা
Penis ( পেনিছ ) লিংগ
Pulse ( পালছ ) নাড়ীৰ স্পন্দন
Palate ( পেলেট ) তালু 
Pancreas ( পেনক্ৰিয়াছ ) পাচকতন্ত্ৰ
Rib ( ৰিব ) কামি হাড়
Ring Finger ( ৰিং ফিংগাৰ ) অনামিকা আঙুলি
Saliva ( ছেলিভা ) লেলাউটি
Shoulder ( ছোলজাৰ ) কান্ধ
Stomach ( ষ্টোমাক ) পাকস্থলী
Skin ( স্কিন ) ছাল
Thumb ( থাম্ব ) বুঢ়া আঙুলি
Trachea ( ট্ৰেকীয়া ) শ্বাসনলী
Tooth ( টুথ ) দাঁত
Uterus ( ইউটেৰাছ ) জৰায়ু
Urinary Bladder ( ইউৰেনেৰী ব্লাডাৰ ) মূত্ৰাশয়
Vagina ( ভেজিনা ) যোনি
Vein ( ভেইন ) সিৰা
Waist ( ৱেইষ্ট ) কঁকাল
Womb ( উম্ব ) গৰ্ভ
Whisker ( হুইছকাৰ ) গোঁফ
Wrist ( ৱিষ্ট ) হাতৰ সৰু গাঁঠি

Friday, 3 July 2020

প্ৰয়োজনীয় কিছুমান ইংৰাজী শব্দৰ বিপৰীত শব্দ Some Common Opposite Word

Bad (বেয়া) - Good ( ভাল)
Short ( চাপৰ ) - Tall ( ওখ)
Close ( বন্ধ ) - Open ( খোলা)
Man ( পুৰুষ ) - Woman ( মহিলা )
Dim ( অনুজ্জ্বল) - Bright ( উজ্জ্বল)
Melt - Freeze
Arrival ( প্ৰবেশ ) -Deparature ( প্ৰস্থান )
Sunny ( ফৰকাল )- Cloudy ( ডাৱৰীয়া)
Interesting ( ভাললগা ) - Boring ( বিৰক্তি)
Never ( কেতিয়াও নহয় ) - Always ( সদায় )
Tight ( টান ) - Loose ( ঢিলা )
Less ( কম) - More ( বেছি)
Male ( পুৰুষ ) - Female ( মহিলা)
Alive ( জীৱিত ) - Death ( মৃত )
Clever ( বুদ্ধিয়ক) - Stupid ( মূৰ্খ,বুৰ্বক)
Little ( তাকৰ ) - Much ( বেছি)
Stop ( ৰোৱা ) - Move ( গতি কৰা ,যোৱা)
King (ৰজা )- Queen ( ৰাণী )
God ( দেৱতা) - Goddess ( দেৱী )
Host - Hostess
Boy ( ল’ৰা) - Girl ( ছোৱালী )
Up ( ওপৰত ) - Down ( তলত )
Left ( বাওঁ )- Right ( সোঁ )
Rich ( ধনী ) - Poor ( দুখীয়া )
Love ( প্ৰেম ) - Hate ( ঘৃণা )
Inside ( ভিতৰত ) - Outside ( বাহিৰত )
All ( সকলো ) - None ( কোনো নহয় )
Cheap( সস্তীয়া ) - Expensive ( খৰছী,দামী)
Hug - Tiny
Normal ( সাধাৰণ ) - Strange ( অসাধাৰণ )
Happiness ( সুখ ) - Sadness ( দুখ )
Old ( বৃদ্ধ,বুঢ়া ) - Young ( ডেকা,যুৱক )
North ( উত্তৰ ) - South ( দক্ষিণ )
Sweet ( মিঠা )- Sour ( তিতা )
In ( ভিতৰ ) - Out ( বাহিৰ )
Hot ( গৰম ) - Cold ( ঠাণ্ডা )
Begin ( আৰম্ভ ) - Finish ( শেষ )
Brother ( দাদা,ভাই )- Sister ( বা,ভনী )
Father ( দেউতা ) - Mother ( মা )
Husband ( পতি ,গিৰিয়েক )- Wife ( পত্নী,ঘৈণীয়েক)
Uncle ( মামা,খুড়া)- Aunt ( মামী,খুড়ী )
Long ( দীঘল ) - Short ( চুটি )
Rear ( পাছফাল) - Front ( সন্মুখত)
Under ( তলত ) - Over ( ওপৰত )
Ignore ( লক্ষ্য নকৰা ) - Notice ( লক্ষ্য কৰা বা চকু দিয়া  )
Child ( শিশু ) - Adult ( যুৱ )
Thick (শকত )- Thin ( ক্ষীণ )
Wet ( ভিজা ) - Dry ( শুকান )
Total ( সৰ্বমুঠ )- Partial ( আংশিক )
Here ( ইয়াত ) - There ( তাত )
Enemy ( শত্ৰু ) - Friend ( বন্ধু )
Late ( পলম ) - Early ( সোনকালে )
Fast ( বেগী ) - Slow ( লেহেমীয়া )
Visible ( দৃশ্য ) - Invisible ( অদৃশ্য )
Before ( আগত)- After ( পাছত )
Increase ( বৃদ্ধি হোৱা,বাঢ়ি যোৱা ) - Reduce ( কমি যোৱা )
Soft ( কোমল ) - Hard ( টান )
Count ( গণনা কৰা ) - Countless ( গণনা নকৰা )
Hero ( নায়ক ) - Heroin ( নায়িকা )
Grandfather ( ককা ) - Grandmother ( আইতা )
Foreigner ( বিদেশী )- Native,Citizen ( দেশীয় )
East ( পূৱ ) - West ( পশ্চিম )
Owner ( মালিক ,গৃহস্থ ) - Customer ( গ্ৰাহক ) Guest ( অতিথি,আলহী) Employee ( কৰ্মচাৰী )
Wild ( বনৰীয়া ) - Domestic ( ঘৰচীয়া )
Sky ( আকাশ) - Hell ( পাতাল )

Saturday, 27 June 2020

ইংৰাজীত ৰঙৰ নাম Colours Name in English

Blue (ব্লু ) নীলা
Black ( ব্লেক ) ক’লা
Brown ( ব্ৰাউন ) মুগা
Golden ( গ’ল্ডেন ) সোণালী
Gray ( গ্ৰে ) ছাইবৰণীয়া
Green ( গ্ৰীণ ) সেউজীয়া
Indigo ( ইনডিগো ) ঘননীলা
Maroon ( মেৰুণ ) ক’লাৰ আভাস থকা ঘন ৰঙা
Orange ( অৰেঞ্জ ) কমলা,সুমথিৰা
Purple ( পাৰ্পল ) কজলা
Pink ( পিঙ্ক ) গুলপীয়া
Red ( ৰেদ) ৰঙা
Saffron ( ছেফ্ৰন ) অনুজ্জ্বল ৰঙা হালধীয়া
Scarlet ( স্কাৰলেট ) টিকটিকিয়া ৰঙা
Violet ( ভায়’লেট ) বেঙুনীয়া
Vermilion ( ভাৰমিলিয়ন ) সেন্দুৰীয়া
White ( হোৱাইট ) বগা
Yellow ( ইয়েল্ল’) হালধীয়া

Friday, 26 June 2020

মাছৰ নাম সমূহ ইংৰাজীত জানো আহক Fish Name in English

পুঠি - Pool Barb / Olive Barb
গৰৈ- Spotted Snakehead
কাৱৈ - Climbing Perch
শিঙৰা - Stripped Dwarf Catfish
চেঙেলী- Ceylon Snakehead
দৰিকণা- Flying Barb
মোৱা -Indian Carplet
খলিহনা - Banded Colisa
বৰদোৱা - Indian Potasi
ভেচেলি - Sunset Gourami
চেনিপুঠি - Olive Barb
লাওপুঠি - Zebra Danio Minnow
শ’ল - Stripped Snakehead
শাল - Giant Snakehead
চেঙা - Spotted Snakehead
মাগুৰ - Walking Catfish
টুৰা - Stripped Spiny Eel
বটিয়া - Loach
শিঙিৰ - Stinging Catfish
কলিয়াজৰা - Calbasu
আৰি - Giant River Catfish
পাভ - Indian Butter Catfish
ৰৌ - Rohu
বাহু - Catla
ভাঙন - Labeo Bata
কান্ধুলী - Bronze Feather back
বামীমাছ - Zigzag Eel
কুচিয়া - Freshwater Eels
বৰালি - Freshwater Shark
চন্দা - Elomgate Glassy Perchlet
কুঢ়ি - Kuria Labeo
চিতল - Humped Feather Back
মালি - Black Rohu
গ্ৰাৰ্ছ কাৰ্প - Grass Carp
কমন কাৰ্প - Common Carp
বালিচন্দা - Barna Baril
গেদগেদী - Bekti
ককিলা - Cancila
ইলিছ - Ilish
বিগহেড - Big Head Carp
পাটীমূতুৰা - Tang Gobi
বৰলীয়া - Aspo Diparia
চেলকণা - Boopis Razorbelly Minnow
গঙ্গাটোপ - Ocellated Puffer

Saturday, 20 June 2020

ইংৰাজীত চৰাইৰ নাম Birds Name in English

Birds ( বাৰ্ডছ ) চৰাই
Bat ( বেট ) বাদুলি
Canary ( কেনৰি ) মইনা
Chicken ( চিকেন ) কুকুৰা পোৱালি
Cock ( কক ) মতা কুকুৰা
Common myna ( কমন মাইনা ) শালিকা
Crane ( ক্ৰেণ ) বগলী
Crow ( ক্ৰ’)কাউৰী
Cuckoo ( কাকু ) কুলি
Dove ( ডভ ) কপৌ
Duck ( ডাক ) হাঁহ
Eagle ( ঈগল ) ঈগল
Hawk ( হক ) শেন 
Hen ( হেন ) মাইকী কুকুৰা
Kite ( কাইট ) চিলনী
Nightingale ( নাইটিংগেল ) বুলবুলি
Owl ( অউল ) ফেঁচা
Parrot ( পেৰট ) ভাটৌ
Peacock ( পিক’ক ) ম’ৰা চৰাই
Pigeon ( পিজন ) পাৰ
Sparrow ( স্পেৰ’ ) ঘনচিৰিকা
Swallow ( ছোৱাল’ ) চাকৈচকোৱা
Swan ( ছোৱান ) ৰাজহাঁহ
Vulture ( ভালছাৰ ) শগুন

Thursday, 18 June 2020

ইংৰাজীত জীৱ-জন্তু সমূহৰ নাম ( Animals Name in English)

জীৱজন্তু সমূহৰ নাম

Ape ( এপ) বনমানুহ
Ass ( এছ) গাধ
Bear ( বিয়েৰ ) ভালুক
Blue Bull ( ব্লু বুল) নীল বৃষ
Bull ( বুল) ষাঁড় গৰু
Buffalo ( বাফেল’ ) ম’হ
Calf ( কাফ ) গৰু পোৱালি
Camel ( কেমেল ) উট
Chimpanzee ( চিম্পাঞ্জী ) চিম্পাঞ্জী
Colt ( কল্ট ) ঘোঁৰাৰ পোৱালি
Cow ( কাও ) গাইগৰু
Crocodile ( ক্ৰক’ডাইল ) ঘঁৰিয়াল
Deer ( ডিয়েৰ ) পহু
Dog ( ডগ ) কুকুৰ
Donkey ( ডংকি ) গাধ
Elephant ( এলিফেণ্ট ) হাতী
Fawn ( ফৱন্ ) পহু পোৱালি
Fox ( ফক্স ) শিয়াল
Giraffe ( জিৰাফ ) জিৰাফ
Goat ( গ’ট ) ছাগলী
Hare ( হেয়াৰ ) শহা
Horse ( হৰ্ছ ) ঘোৰা
Jackal ( জেকল ) কুকুৰ নেচীয়া বাঘ
Kangaroo ( কেঙ্গেৰু )কেঙ্গেৰু
Kid ( কিড ) ছাগলী পোৱালি
Kitten ( কিটেন ) মেকুৰী পোৱালি
Lamb ( লেম ) ভেড়া পোৱালি
Leopard ( লিঅ’পাৰ্ড ) নাহৰফুটুকী
Lion ( লায়ন ) সিংহ
Mare ( মেৰ ) মাইকী ঘোঁৰা
Mongoose ( মনগুছ ) নেউল
Monkey ( মংকী ) বান্দৰ
Mule ( মূল ) খচ্চৰ
Muskdeer ( মাস্ক ডিয়েৰ ) কস্তুৰী হৰিণা
Ox ( অক্স ) বলদ গৰু
Panther ( পেন্থাৰ ) নাহৰফুটুকী
Pig ( পিগ ) গাহৰি
Pony ( পনি ) সৰু প্ৰজাতিৰ ঘোঁৰা
Porcupine ( পৰকুপাইন ) কেটেলা পহু
Puppy ( পাপী ) কুকুৰ পোৱালি
Rhinoceros ( ৰাইনোচেৰাছ ) গঁড়
Sheep ( ছিপ ) ভেড়া
Squirrel ( স্কুইৰেল ) কেৰ্কেটুৱা
Swine ( ছোৱাইন ) গাহৰি
Tiger ( টাইগাৰ ) বাঘ
Wolf ( উল্ফ্ ) কুকুৰনেচিয়া
Yak ( য়াক ) মেথোন
Zebra ( জেব্ৰা ) জেব্ৰা

Friday, 12 June 2020

অশোকচক্ৰত থকা ২৪ ডাল দণ্ডৰ অৰ্থ

অশোকচক্ৰৰ ২৪ ডাল দণ্ডৰ অৰ্থ :--
১/ধৈৰ্য্য
২/আৰোগ্য
৩/শান্তি
৪/ত্যাগ
৫/অনুশাসন
৬/সেৱা
৭/ক্ষমা
৮/ভালপোৱা
৯/মৈত্ৰী
১০/বন্ধুত্ব
১১/সংগঠন
১২/কল্যাণ
১৩/সমৃদ্ধি
১৪/উদ্যোগ
১৫/সুৰক্ষা
১৬/নিৰাপত্তা
১৭/নিয়ম
১৮/সমতা
১৯/অৰ্থ
২০/নীতি
২১/ন্যায়
২২/সহকাৰ্য
২৩/কৰ্তব্য
২৪/অধিকাৰ

সঁচা কোৱাৰ লগতে সাহসী হোৱাটোও প্ৰয়োজন৷

সঁচা কোৱাৰ লগতে সাহসী হোৱাটোও প্ৰয়োজন৷