Acidity ( এচিডিটি ) অম্লপিত্ত
Anaemia ( এনিমিয়া) ৰক্তহীনতা
Asthma ( এজমা ) হাপানী
Bald ( বেলড্ ) তপা
Blind ( ব্লাইণ্ড ) অন্ধ
Belching ( বেলচিং ) উগাৰ মৰা
Bleeding ( ব্লিডিং ) তেজ যোৱা
Boil ( বইল ) ফোঁহা
Bronchitis ( ব্ৰংকাইটিছ ) শ্বাসৰোগ
Cataract ( কেটেৰেক্ট ) চকুনমা
Cholera ( কলেৰা ) কলেৰা,হাইজা
Constipation ( কনষ্টিপেছন ) কৌষ্ঠ-কাঠিন্য
Coryza ( কেৰাইজা ) পানীলগা
Cough ( কফ্ ) কাহ
Disease ( ডিজিজ্ ) ৰোগ,অসুখ,বেমাৰ
Diabetes ( ডায়বেটিছ ) বহুমূত্ৰ
Diarrhoea ( ডায়েৰিয়া ) অতিসাৰ
Dumb ( ডাম ) বোবা
Dysentery ( ডিছেনট্ৰী ) গ্ৰহণী
Eczema ( একজিমা ) বেচু
Epistaxis ( এপিষ্টেক্সিছ ) নাকেৰে তেজবোৱা
Epilepsy ( এপিলেপছী ) মৃগী
Giddiness ( গিডিনেছ ) মূৰ ঘূৰণী
Headache ( হেডএক ) মূৰৰ বিষ
Hurt ( হাৰ্ট ) আঘাত
Hiccup ( হিকাপ ) হিকটি
Indigestion ( ইনডাইজেছন ) অজীৰ্ণ,বদহজম
Itch ( ইচ্ছ ) খজুৱতি
Jaundice ( জণ্ডীছ ) জণ্ডীছ
Lame ( লেম ) খোৰা
Lean ( লীন ) ক্ষীণ
Leprosy ( লেপ্ৰছী ) কুষ্ঠৰোগ
Lunacy ( লুনেচী ) উন্মাদ
Loose stool ( লুজ ষ্টুল ) পেট চলা
Mad ( মেড ) পাগল
Narcoloepsy ( নাৰকেলেপছী ) নিদ্ৰাৰোগ
Pain ( পেইন ) বিষ
Pimple ( পিম্ পল) শালমইনা
Rheumatism ( ৰিউমেটিজম্ ) বাত বেমাৰ
Sorethroat ( ছোৰথ্ৰোট ) গলদাহ
Sore ( ছোৰ ) খহু
Stomachache ( ষ্টোমাকএক ) পেটৰ বিষ
Scabies ( স্কেইবিজ ) খজুৱতি
Small pox ( স্মল পক্স ) বসন্ত ৰোগ
Sprain ( স্প্ৰেইন ) মোচোকা
Sunstroke ( ছানষ্ট্ৰ’ক ) ৰ’দত মুৰ্ছা যোৱা
Typhoid ( টাইফয়ড ) আন্ত্ৰিক সন্নিপাত জ্বৰ
Typhus ( টাইফাছ ) সন্নিপাত জ্বৰ
Tumour ( টিউমাৰ ) টেমুনা
Tonsil ( টনছিল ) টনছিল
Vomit ( ভমিট ) বমি কৰা
No comments:
Post a Comment