Sunday, 9 January 2022

🌹🥀🌺🌸১০ টা অপ্ৰিয় চিৰন্তন সত্য কথা🌹🥀🌺🌸

🌹🥀🌺🌸১০ টা অপ্ৰিয় চিৰন্তন সত্য কথা🌹🥀🌺🌸

১/ভালতকৈ ধুনীয়াৰ ওজন বহুত বেছি৷😘🥰😕😟

২/যদি তোমাৰ হাতত টকা পইছা নাথাকে তোমাক আত্মীয় কুটুম্বই পাত্তা নিদিয়ে৷💵💴💶💷🪙💰

৩/ উপদেশ দিয়া মানুহৰ সংখ্যা বহুত বেছি কিন্তু বিপদত সহায় কৰা মানুহৰ সংখ্যা তেনেই নগণ্য৷9️⃣8️⃣7️⃣0️⃣🙁☹️😣

৪/তোমাক প্ৰশংসা কৰা প্ৰতিজন লোকেই তোমাৰ শুভাকাংক্ষী নহয়৷🤗🤔🤭🤫🤕

৫/ধন টকা পইছাৰ ওচৰত বহুতৰ সপোন,প্ৰেম আধৰুৱা হৈয়ে ৰয়৷💵💴💶💷❤️💓💘💔💔

৬/১০০ টা ভাল কাম কৰা কোনেও নেদেখে কিন্তু এদিন কিবা এটা ভুল কৰা সকলোৱে নজৰ দিব৷😗😙😚😝🤨🧐🤓

৭/মানুহে যিমান সহজে চকুপানী উপহাৰ দিব জানে সিমান সহজে হাঁহি উপহাৰ দিব নাজানে৷😫😩🥺😢😭😀😄😁😆😅

৮/তুমি সফল নহলে তোমাক সফল মানুহৰ উদাহৰণ দি কথা ক’ব আৰু যদি সফল হোৱা পিছফালৰ পৰা গতিয়াই বা থেলা দিব বিচাৰিব৷😏😒😞🤔😶😐

৯/তুমি যিমানেই ভাল সহজ সৰল হ’বা তোমাক সিমানেই মানুহে ব্যৱহাৰ কৰিব নিজৰ ইচ্ছা অনুসৰি৷👊✊🤛👌👌✋🙏

১০/জীৱনলৈ অহা প্ৰতিজনে লোকেই কিবা নহয় কিবা এটা শিকাই যায়৷👧🧒👦🏻👩🏼👨👩‍🦱🧑🏼‍🦱👩‍🦰🧑‍🦳👴

No comments:

Post a Comment

থুকৰাকে মেৰা প্যাৰ মেৰা ইন্টকাম দেখেগি😊

থুকৰাকে মেৰা প্যাৰ মেৰা ইন্টকাম দেখেগি😊 মাইক্ৰ ফাইনেঞ্চ বেংকৰ চাকৰিটো পোৱা বেছি দিন হোৱা৷সিদিনা খন গোটৰ কিস্তিৰ ধন আনিবলৈ গ’লো৷...