Thursday, 3 September 2020

সকলোৱে উদযাপন কৰে নিসংগতা

সহস্ৰজনৰ মাজত থাকিও
সকলোৱে উদযাপন কৰে নিসংগতা
বহু কথা কবলৈ থাকিলেও
পালন কৰে মৌনতা !

নুবুজা হাজাৰ জনতকৈ
বুজি পোৱা লাগে এজন 
তোমাক বুজি পোৱা কোনোবা এজন
কৰি থৈছে ভগৱানে স্ৰজন৷

যিমানেই আধুনিক হ’ল সমাজ
ক’ৰবাত যেন কমি গ’ল বহুখিনি
ব্যস্ততাৰ মাজত যেন
আমিবোৰ হেৰাই গৈছো যেনিতেনি  !

বহুতে তোমাৰ কথা শুনি
ঠাট্টা,উপহাস কৰিব
যাকে তাকে মনৰ কথা কোৱাতকৈ
নিৰ্দিষ্ট এজন বিচাৰিবই লাগিব৷

মৌনতাৰ হেঙাৰ ভাঙি
নিসংগতাক কৰিলৈ বৰ্জন
নিৰ্দিষ্ট সময়ত বিচাৰি পাবা
তোমাৰ প্ৰিয়জন৷

ভাল বেয়া, সুখ দুখৰ মুখা
সকলোৱেই পিন্ধি থাকে
কিছুলোকে দুখৰ সময়তো
কষ্ট দিবলৈহে আহে !

ভিৰৰ মাজত ভালকৈ চাবা 
পাবা তুমি বিচৰা প্ৰিয়জন
নিসংগতা,মৌনতা পৰিহাৰ কৰি
তেওঁ জয় কৰিব তোমাৰ মন৷

তুমি হাঁহিলে হাঁহিব
তুমি কান্দিলে কান্দিব
সুখে দুখে ধৰিব তোমাৰ হাত
হাজাৰ লাখ ভিৰৰ মাজতো
তেওঁৱেই শুনিব তোমাৰ মাত ৷
০৪/০৭/২০২০

ইংৰাজীত খাদ্যবস্তুৰ নাম

Barley ( বাৰ্লি ) বাৰ্লি
Beef ( বীফ ) গোমাংস
Beaten Paddy ( বিটেন পেডী ) চিৰা
Biscuit ( বিস্কিট ) বিস্কুট
Bread ( ব্ৰেড ) পাউৰুটি
Butter ( বাটাৰ ) মাখন
Cake ( কেক ) কেক
Cereal ( চীৰিয়েল ) খাদ্যশস্য
Cheese ( চীজ ) চীজ
Curry ( কাৰী ) তৰকাৰী,জোল
Coffee ( কফি ) কফি
Cream ( ক্ৰিম ) সৰ, ক্ৰিম
Egg ( ঈগ ) কণী, ডিম
Flour ( ফ্লাউৰ ) আটা
Garlic ( গাৰলিক ) নহৰু
Ginger ( জিনজাৰ ) আদা
Honey ( হনী ) মৌ
Juice ( জুচ ) ৰস
Lentil ( লেণ্টিল ) মচুৰ
Maize ( মেইজ) মাকৈ
Meat ( মিট ) মাংস
Millet ( মিলেট ) কণীধান
Milk ( মিল্ক ) গাখীৰ
Mince Meat ( মিন্স মিট ) মিহিকৈ কটা মাংস, শুকান ফল
Molasses ( মোলাছেজ ) গুড়
Mustard ( মাষ্টাৰ্ড ) সৰিয়হ
Mutton ( মাটন ) ছাগলী মাংস
Oil ( অইল ) তেল
Paddy ( পেডী ) ধান
Pea ( পী ) মটৰ মাহ
Pickle ( পিকল) আচাৰ
Poppy ( পপী ) আফু
Puffed Rice ( পাফড্ ৰাইচ ) মুড়ি
Rice ( ৰাইচ ) ভাত
Sauce ( ছছ্ ) চাটনী
Sugar Candy ( ছুগাৰ  কেণ্ডী ) মিচিৰি
Sesamum ( ছিছেমাম ) তিল
Sweets ( ছুইটছ ) মিঠাই
Syrup ( ছিৰাপ ) চৰ্বত
Tea ( টি ) চাহ
Vinegar ( ভিনেগাৰ ) ভিনেগাৰ
Water ( ৱাটাৰ ) পানী
Wheat ( হুইট ) ঘেঁহু
Wine ( ৱাইন ) মদ

Amazon Quiz Answers Today For 3rd September 2020: Win Rs.20,000 Amazon Pay Balance

Today's Amazon Quiz Answers- Win Rs.20,000 Amazon Pay Balance

Question 1.

By what name do we better know the peace agreement initiated on on August 13, 2020 between UAE and Israel?

Answer - Abraham Accord


Question 2.

Who is the only Paralympic gold medalist among the people to win the Rajiv Gandhi Khel Ratna award in 2020?

Answer - Mariyappan Thangavelu

Question 3.

Pandit Jasraj, the legendary Indian classical vocalist, who recently passed away, belonged to which gharana?

Answer - Mewati Gharana

 

Question 4.

Which Indian giant recently acquired a majority stake in the e-pharma site Netmeds?

Answer - Reliance

Question 5.

India's first ‘air bubble' agreement in South Asia will be established with which country?

Answer - Maldives

Wednesday, 2 September 2020

Amazon Quiz Answers Today For 2nd September 2020: Win Redmi Note 9 Pro

Today's Amazon Quiz Answers- Win Redmi Note 9 Pro

Question 1.

 FutureSkills, an online learning platform is run by which organisation'?

Answer : NASSCOM

Question 2.

 Russell Kirsch, a computer scientist who passed away recently, is credited with inventing which of the following'?

Answer : Pixels

Question 3.

 Along with France, which country initiated the International Solar Alliance'?

Answer : India

Question 4.

 Which organisation has been named as the new Title Sponsor of the 2020 edition of the Indian Premier League'?

Answer : Dream11

Question 5.

 Bhagat Singh Koshyari is currently serving as the Governor of Maharashtra and which other state'?

Answer : Goa

Tuesday, 1 September 2020

Amazon Quiz Answers Today For 1st September 2020: Win Mi Laptop

Today's Amazon Quiz Answers- Win Mi Laptop

Question 1.

Recently satellite analysis, showed oil spill leaking into Blue Bay Marine Park. In which country is it located?

Answer- Mauritius


Question 2.

Which organisation is behind 'Mukti Caravan', an initiative to mobilize people against child trafficking?

Answer - Bachpan Bachao Andolan

Question 3.

Which institute has helped scientists at ISRO come up with a novel way to make space bricks on the lunar surface using lunar soil?

Answer- IISC

 

Question 4.

Which Indian currently serves as the Chief Scientist at the World Health Organization since March 2019?

Answer- Soumya Swaminathan

Question 5.

The newly unveiled logo of Jharkhand government accommodated which flower of bright red colour?

Answer - Palash

Amazon Pay Insurance Premium Quiz Answers- Win Rs.10,000 Amazon Pay Balance

Amazon Pay Insurance Premium Quiz Answers- Win Rs.10,000 Amazon Pay Balance 

Question 1.

Which of the following is not a private sector insurance company?

Answer - Oriental Insurance

Question 2.

Which of the following is the regulator of insurance in India?

AnswerIRDA

Question 3.

Number of full time members of IRDA

Answer - 5

Question 4.

In which city are the headquarters of the LIC situated?

Answer - Mumbai

Question 5.

Which entity legislates the Insurance in India?

Answer - Central government


Monday, 31 August 2020

পতি পত্নীৰ কৌতুক

কৌতুক ১:

পত্নী : পূজা কৰিলে বিপদ বিঘিণি আতৰ হয়৷

পতি : উম কথাটো হয়৷ তোমাৰ দেউতাই চাগৈ বহুত কৰিছিল সেইবাবে বিপদ মোৰ ডিঙিত আহি ওলমি ৰ’ল৷

কৌতুক ২ :

পত্নী : আপুনি মূৰত কেনেকৈ দুখ পালে?

পতি : মোৰ বন্ধু ৰাহুলে মাৰিলে৷

পত্নী : কিয় ? আপুনিও মাৰিব নোৱাৰিলে !
পতি : কেনেকৈ মাৰিম তাৰ ঘৈণীয়েকক কোচত বহুৱাই কথা পাতি থাকোতে দেখি পিতিলে৷

পত্নী : ( ৰণচণ্ডী মূৰ্তি ধৰি ) ৰ’ব মইও দি আছো ৷( এইবুলি লাঠি এডালেৰে খেদি গল)

কৌতুক ৩:
পতি : আজিকালি তুমি মদ,চিগাৰেট,গুটখা খালেও একো নোকোৱা হ’লা আগতে বহুত বাধা দিছিলা?

পত্নী : সিদিনা LIC এজেণ্টজন আহিছিল কথাবোৰ ধুনীয়াকৈ বুজাই গৈছে৷

কৌতুক ৪:

(ৰেলৱে ষ্টেচনত ৰেলখন ৰখোৱাৰ লগে লগে )

পত্নী : বহুত পিয়াহ লাগিছে পানী এবটল লৈ আহিব৷

পতি : পানীৰ লগতে চিঙৰা আৰু ৰসগোল্লা লৈ লৈ আহিম নেকি?

পত্নী : ( মিছিকিয়াই হাঁহি ) উম লৈ আহিব৷

পতি : ( কৃপণ গিৰিয়েকৰ মন্তব্য ) লোভত যিকণ পানী ওলালে সেইকণেই এতিয়া কাম চলাই ল’৷

কৌতুক ৫:
পত্নী : মোক কেনেকুৱা লাগিছে৷

পতি : বহুত ধুনীয়া ৷

পত্নী : কিমান বহুত

পতি : বহুত বহুতেই আৰু

পত্নী : কোৱানা কিমান বহুত?

পতি: ইমানে বহুত ধুনীয়া লাগিছে যে তোমাৰ নিচিনা আৰু চাৰি পাঁচজনী মান বিয়া কৰাও যেন লাগিছে৷

কৌতুক ৬:
এজন মানুহলৈ এটা অচিনাকি নম্বৰৰ পৰা ফোন আহিল ৷তেওঁ ৰিচিভ কৰিলে৷ ৰিচিভ কৰাৰ লগে লগে সিফালৰ পৰা সুন্দৰ নাৰী কণ্ঠ ভাহি আহিল৷

:হেল্ল
: হেল্ল
:হেল্ল কোনে ক’লে ?
: মই মানে আপোনাক কথা এটা সুধিবলৈ ফোন কৰিছিলোঁ৷

: উম সুধক
: আপুনি বিবাহিত নে?
: নাই নাই বিয়া বাৰু পতা নাই
:ঘৰলৈ আহ কুকুৰ মই তোৰ ঘৈণীয়েৰে ফোন কৰিছিলো৷

কৌতুক ৭:
পত্নী : তোমাৰ মূৰটোৰ একো কাম নাই একদম বেকাৰ৷

পতি :(হাঁহি ) উম হয় ,হয় শুদ্ধ কথা নহলেনো মই তোমাক বিয়া কৰাওনে?


কৌতুক ৮:
ঘৈণীয়েকে গিৰিয়েকক আঙুলিৰ চিগনেল দি মাতিলে৷
গিৰিয়েক উঠি আহি ঘৈণীয়কৰ ওচৰত আহি কলে, কি হ’ল কোৱা৷

ঘৈণীয়েকে হাঁহি ,একো হোৱা নাই আঙুলিৰ POWER টো জুখি চালো৷

কৌতুক ৯:
পত্নী : বন্দুক লৈ দুৱাৰ মুখত কি কৰি আছে?

পতি : মই বাঘ চিকাৰ কৰিবলৈ যাওঁ৷

পত্নী : তেন্তে কিয় যোৱা নাই ?

পতি : বাহিৰত কুকুৰ কেইটামান ৰৈ আছে৷

কৌতুক ১০:

পতি : তোমাৰ দেউতাই কটা ঘাত নিমখ লগাই বহুত ভালপায় ন’৷

পত্নী : কি হ’লনো ?
পতি : আজি আকৌ সুধিছে মোৰ ছোৱালীক বিয়া কৰাই সুখীনে তুমি৷

Amazon Quiz Answers Today For 31st August 2020: Win Rs.50,000 Amazon Pay Balance

Today's Amazon Quiz Answers- Win Rs.50,000 Amazon Pay Balance

Question 1. The Union Ministry of Tourism organised a themed webinar titled ‘Cellular Jail: Letters, Memoirs & Memories’. Where is Cellular Jail?

Answer:-  Andaman and Nicobar Islands

 

Question 2. 13th August is marked every year to celebrate what feature common to Leonardo Da Vinci, Amitabh Bachchan and Lewis Carroll?

Answer:-  Left handed

Question 3. Which Indian organisation recently organised an ‘online patriotic film festival’?

Answer:- NFDC


Question 4. After whom did ISRO recently name a crater on Moon, discovered by Chandrayaan-2?

Answer:- Vikram Sarabhai

 

Question 5. Work on India’s first underwater metro train project is going on in which city?

Answer:- Kolkata

Sunday, 30 August 2020

Amazon Quiz Answers Today For 30th August 2020: Win Samsung Galaxy S20+

Today's Amazon Quiz Answers- Win Samsung Galaxy S20+

Question 1.

Which Indian cricketer along with MS Dhoni announced his retirement from international cricket in August 2020?

Answer - Suresh Raina


Question 2.

August 10 is dedicated to the conservation of which big cat, listed as an endangered species in the IUCN Red List?

Answer - Lion

Question 3.

In terms of Airplanes, _________ is painted orange or bright yellow for easy discovery after a crash as it helps with investigations.

Answer - Black Box

 

Question 4.

Traditional festive sweet dish 'Khaje', spicy Harmal Chilli and Moira Banana from which Indian state were recently awarded GI tags?

Answer - Goa

 Question 5.

Which country recently successfully tested the Arrow 2 missile system?

Answer - Israel

Saturday, 29 August 2020

Amazon Nescafe Gold Quiz Answers: Play And Win 10,000 Rs Amazon Pay Balance

Amazon Nescafe Gold Quiz Answers: Play And Win 10,000 Rs Amazon Pay Balance 

Question 1: 

NESCAFÉ Gold is made with the choicest blend of which of these beans? (Hint: Watch the video for the answer)
Answer : Arabica and Robusta Beans

Question 2: 

As shown in the video, what is the promise of NESCAFÉ Gold?
Answer : All of the above

Question 3: 

Which of the following, as per the video, makes NESCAFÉ GOLD deliver a richer and smoother taste?
Answer : All of the above

Question 4:

 NESCAFÉ Gold is NOT available in the following grammage on Amazon.in (Hint: You can find the answer on the Nescafe Gold Product Page)
Answer : 500g jar

Question 5: 

As per the video, NESCAFÉ Gold uses the finest quality coffee beans, grown in Vietnam, Brazil and Central America?
Answer : TRUE

থুকৰাকে মেৰা প্যাৰ মেৰা ইন্টকাম দেখেগি😊

থুকৰাকে মেৰা প্যাৰ মেৰা ইন্টকাম দেখেগি😊 মাইক্ৰ ফাইনেঞ্চ বেংকৰ চাকৰিটো পোৱা বেছি দিন হোৱা৷সিদিনা খন গোটৰ কিস্তিৰ ধন আনিবলৈ গ’লো৷...