Sunday, 15 May 2022

💐🌷🌹🌼🌻গোন্ধ থকা ফুলৰ নাম🌻🌼🌹🌷💐

💐🌷🌹🌼🌻গোন্ধ থকা ফুলৰ নাম🌻🌼🌹🌷💐

১/গুটিমালি

২/কামিনী কাঞ্চন

৩/পাৰিজাত

৪/বকুল

৫/চম্পা

৬/নাগেশ্বৰ

৭/হাচনাহানা

৮/কেতেকী

৯/কপৌফুল

১০/গোলাপ

১১/নাৰ্জী

১২/শেৱালি

১৩/ তগৰ

১৪/খৰিকাজাঁই

🎋🌳🌴🌾ল’তাজাতীয় ফুলৰ নাম🌾🌴🌳🎋

 🎋🌳🌴🌾ল’তাজাতীয় ফুলৰ নাম🌾🌴🌳🎋
১/অপৰাজিতা

২/মাধৱীলতা

৩/কুঞ্জলতা

৪/আকাশীলতা

🌻🌻হালধীয়া ফুলৰ নাম🌻🌻

🌻🌻হালধীয়া ফুলৰ নাম🌻🌻

১/কৰবী ফুল

২/কনক চম্পা

৩/বেলিফুল

৪/গেন্ধাইফুল

☘️🍀🎍🪴নীলা ফুলৰ নাম🪴🎍🍀☘️

☘️🍀🎍🪴নীলা ফুলৰ নাম🪴🎍🍀☘️

১/নীলা জবা ফুল

২/অপৰাজিতা

৩/নীলা ঘন্টা

🌺🌹🌺🌹ৰঙা ফুলৰ নাম🌹🌺🌹🌺

🌺🌹🌺🌹ৰঙা ফুলৰ নাম🌹🌺🌹🌺

১/ অশোক ফুল

২/কাঞ্চন

৩/মদাৰ

৪/পলাশ

৫/পদুম

৬/ৰঙা ভেট

৭/ৰক্ত জবা বা ৰঙা জবা ফুল

💧💦🫧পানীত ফুলা🫧💦💧ফুল🎍🪴🎋🌾💐🌷🪷

💧💦🫧পানীত ফুলা🫧💦💧ফুল🎍🪴🎋🌾💐🌷🪷

১/পদুম ফুল

২/কলমৌ

৩/ভেট ফুল

৪/মেটেকা

🌼🌼🌼🌼🌼বগা ফুলৰ নাম🌼🌼🌼🌼🌼

🌼🌼🌼🌼🌼বগা ফুলৰ নাম🌼🌼🌼🌼🌼

১/ কামিনী কাঞ্চন

২/তগৰ

৩/বগা জবা ফুল

৪/কাঞ্চন

৫/বগা পদ্ম

৬/শেৱালি

৭/কপৌফুল

🌛🌝🌚💫⭐🌟ৰাতি ফুলা ফুলৰ নাম🌱🌿🎍🪴🎋🍃🌾🌸

🌛🌝🌚💫⭐🌟ৰাতি ফুলা ফুলৰ নাম🌱🌿🎍🪴🎋🍃🌾🌸

১/ তগৰ

২/ধতুৰা

৩/স্থল পদ্ম

৪/ভেটফুল

৫/ৰজনীগন্ধা

৬/কামিনী কাঞ্চন

৭/শেৱালি

৮/হাচনাহানা

Wednesday, 13 April 2022

বহাগ বিহুত খোৱা ১০১ বিধ শাকপাচলিৰ নাম:

বহাগ বিহুত খোৱা ১০১ বিধ শাকপাচলিৰ নাম:


১) চেংমৰা - 

২) মধুসোলেং 

৩) তিতা কেৰেলা 

৪) কপৌঢেঁকীয়া 

৫) বেতগাজ 

৬) তেজপাত

৭) তিয়ঁহ 

৮) চিৰতা 

৯) কেঁচা জলকীয়া 

১০) কালজিৰা 

১১) উৰহী 

১২) পচলা 

১৩) কঁঠাল 
১৪) অমিতা 

১৫) ৰঙালাউ 

১৬) মৰলীয়া 

১৭) বাবৰিশাক 

১৮) হেলচি শাক 

১৯) শুহনিবন 

২০) তিতাফুল 

২১) মোৱা আলু 

২২) বকফুল 

২৩) ভাতকেৰেলা 

২৪) আদা 

২৫) হালধি 

২৬) ভূতমলা 

২৭) ফুটকলা 

২৮) জেতুলীপকা 

২৯) কলডিল 

৩০) বিলাহী 

৩১) চয়াবিন

৩২) নহৰু

৩৩) পিয়াঁজ

৩৪) জালুক

৩৫) ৰঙাআলু

৩৬) আলু

৩৭) পানীলাউ

৩৮) ৰঙা মৰিচা

৩৯) ভোট জলকীয়া

৪০) কাজিনেমু

৪১) শেৱালি ফুল

৪২) বেঙেনা

৪৩) জিকা 

৪৪) ভোল 

৪৫) ফেচবিন 

৪৬) ভেন্দি 

৪৭) মানধনিয়া 

৪৮) লেচেৰামাহ 

৪৯) হাতীভেঁকুৰি 

৫০) ভুঁই আমলখি 

৫১) ধঁপাত তিতা
৫২) সৰু মানিমুনি 

৫৩) বৰ মানিমুনি 

৫৪) মচন্দৰী 

৫৫) নৰসিংহ 

৫৬) তিতা ভেঁকুৰী 

৫৭) পনৌনৌৱা 

৫৮)ভেদাইলতা 

৫৯) ঢেঁকীয়া 

৬০) তিতামৰা 

৬১) টেঙেচি 

৬২) চজিনা 

৬৩) কালমেঘ 

৬৪) জিলমিল 

৬৫) কচুঠুৰি 

৬৬) কলমৌ শাক 

৬৭) কেহৰাজ 

৬৮) খুতুৰা শাক 

৬৯) কাটা খুতুৰা 

৭০) গাজৰ 

৭১) লাইজাবৰি 

৭২) শুকলতি 

৭৩) দহিকচু 

৭৪) ওলকচু 

৭৫) টিকনিবৰুৱা 

৭৬) ধনিয়া পাত

৭৭) চুকাশাক 

৭৮) দোৰোণবন 

৭৯) নেফাফু 

৮০) পদিনা 

৮১) পুৰৈশাক 

৮২) পালেংশাক 

৮৩) পাতেগজা 

৮৪) পানীটেঙেচি 

৮৫) ব্ৰাহ্মীশাক 

৮৬) বাহক তিতা 

৮৭) ভাঙৰ পাত 

৮৮) মহাভৃংগৰাজ 

৮৯) মটৰ মাহ 

৯০) মহানিম 

৯১) মেথিশাক 

৯২) মাটিকাঁদুৰি 

৯৩) মূলা 

৯৪) মালভোগ শাক 

৯৫) মৰিচা শাক 

৯৬) মানকচু 

৯৭) সৰিয়হ শাক 

৯৮) কাচকল 

৯৯) বনজালুক 

১০০) টেঙামৰা 

১০১)তিতাফুল

Sunday, 9 January 2022

🌹🥀🌺🌸১০ টা অপ্ৰিয় চিৰন্তন সত্য কথা🌹🥀🌺🌸

🌹🥀🌺🌸১০ টা অপ্ৰিয় চিৰন্তন সত্য কথা🌹🥀🌺🌸

১/ভালতকৈ ধুনীয়াৰ ওজন বহুত বেছি৷😘🥰😕😟

২/যদি তোমাৰ হাতত টকা পইছা নাথাকে তোমাক আত্মীয় কুটুম্বই পাত্তা নিদিয়ে৷💵💴💶💷🪙💰

৩/ উপদেশ দিয়া মানুহৰ সংখ্যা বহুত বেছি কিন্তু বিপদত সহায় কৰা মানুহৰ সংখ্যা তেনেই নগণ্য৷9️⃣8️⃣7️⃣0️⃣🙁☹️😣

৪/তোমাক প্ৰশংসা কৰা প্ৰতিজন লোকেই তোমাৰ শুভাকাংক্ষী নহয়৷🤗🤔🤭🤫🤕

৫/ধন টকা পইছাৰ ওচৰত বহুতৰ সপোন,প্ৰেম আধৰুৱা হৈয়ে ৰয়৷💵💴💶💷❤️💓💘💔💔

৬/১০০ টা ভাল কাম কৰা কোনেও নেদেখে কিন্তু এদিন কিবা এটা ভুল কৰা সকলোৱে নজৰ দিব৷😗😙😚😝🤨🧐🤓

৭/মানুহে যিমান সহজে চকুপানী উপহাৰ দিব জানে সিমান সহজে হাঁহি উপহাৰ দিব নাজানে৷😫😩🥺😢😭😀😄😁😆😅

৮/তুমি সফল নহলে তোমাক সফল মানুহৰ উদাহৰণ দি কথা ক’ব আৰু যদি সফল হোৱা পিছফালৰ পৰা গতিয়াই বা থেলা দিব বিচাৰিব৷😏😒😞🤔😶😐

৯/তুমি যিমানেই ভাল সহজ সৰল হ’বা তোমাক সিমানেই মানুহে ব্যৱহাৰ কৰিব নিজৰ ইচ্ছা অনুসৰি৷👊✊🤛👌👌✋🙏

১০/জীৱনলৈ অহা প্ৰতিজনে লোকেই কিবা নহয় কিবা এটা শিকাই যায়৷👧🧒👦🏻👩🏼👨👩‍🦱🧑🏼‍🦱👩‍🦰🧑‍🦳👴

Academic Calendar Assam 2026-27

Academic Calendar Assam 2026-27 Academic Calendar Assam 2026-27