Sunday, 23 October 2022

আ আখৰে আৰম্ভ হোৱা ৬ বিধ ফলৰ নাম

আ আখৰে আৰম্ভ হোৱা ৬ বিধ ফলৰ নাম


১/ আপেল

২/আম

৩/আহোম বগৰী

৪/আটলাচ

৫/আমলখী

৬/আনাৰস

অ আখৰে আৰম্ভ হোৱা ৩ বিধ ফলৰ নাম

অ আখৰে আৰম্ভ হোৱা ৩ বিধ ফলৰ নাম


১/অমৰা

২/অমিতা

৩/অমৰুদ ( অম্বা )

Thursday, 6 October 2022

পথাৰ


পথাৰবোৰ আজিকালি
উদং হৈ ৰ’ল
চৰকাৰী চাউলেৰে
বস্তা টিনবোৰ ভৰ্তি হ’ল৷

কাম বেছি নকৰো কষ্টও নকৰো
ৰ’দ বৰষুণ নালাগে গাত
চৰকাৰী চাউল মুঠি সিজাই
খাম সুখেৰে ভাত৷

সেউজীয়া পথাৰ আজিকালি
সোণোৱালী নোহোৱাৰ বেদনাত উচুপি উঠে
ফ্ৰীতে সকলো পোৱাৰ বাবে
আদ্দাৰ পৰা বহু লোক নুঠে৷

এনেদৰে সময় গৈ থাকিলে 
কি হ’ব বাৰু এদিন?
ভাবি চাবচোন এবাৰ
আহিবনে সুদিন বা দুৰ্দিন!!

Tuesday, 4 October 2022

🆃🅾🅿 🆃🅴🅽 🅰🅽🅳🆁🅾🅸🅳 🅿🅷🅾🅽🅴🆂 🅸🅽 2022

🆃🅾🅿 🆃🅴🅽 🅰🅽🅳🆁🅾🅸🅳 🅿🅷🅾🅽🅴🆂 🅸🅽 2022

1. Samsung Galaxy S22 ultra
2. Honor 70
3.Samsung Galaxy S22
4.Oneplus 10 Pro
5.Google Pixel 6 Pro
6.Xiaomi 12 Pro
7.Oppo Find X5 Pro
8.Realme GT2
9.Asus Rog Phone 6D Ultimate
10.Xiaomi 12

Sunday, 2 October 2022

Shortest Man and Woman in the World 2022 বিশ্বৰ আটাইতকৈ চাপৰ পুৰুষ আৰু মহিলা গৰাকী ২০২২

Shortest Man and Woman in the World 2022 বিশ্বৰ আটাইতকৈ চাপৰ পুৰুষ আৰু মহিলা গৰাকী ২০২২

Shortest Man in the World 2022
বিশ্বৰ আটাইতকৈ চাপৰ মানুহজন ২০২২

Dor Bahadur Khapangi
দুৰ বাহাদুৰ খাপাংগী


Shortest Woman in the World 2022
বিশ্বব আটাইতকৈ চাপৰ মহিলাগৰাকী

Jyoti Amge
জ্যোতি আমগে্

Tallest Man and Woman in the World 2022 বিশ্বৰ আটাইতকৈ ওখ পুৰুষ আৰু মহিলা গৰাকী ২০২২

🅣🅐🅛🅛🅔🅢🅣 🅜🅐🅝 🅐🅝🅓 🅦🅞🅜🅐🅝 🅘🅝 🅣🅗🅔 🅦🅞🅡🅛🅓 2022

Tallest Man in the World 2022
বিশ্বৰ আটাইতকৈ ওখ মানুহ জন ২০২২

Sultan Kosen
চুলটান কুচেন


Tallest Woman in the World 2022
বিশ্বৰ আটাইতকৈ ওখ মহিলা গৰাকী ২০২২

Rumeysa Gelgi
ৰুমেইছা গেলগি

Friday, 22 July 2022

20 Best Free Movie Streaming Sites in 2022

20 Best Free Movie Streaming Sites in  2022 



1. AZMovies

2. Tubi

3. SolarMovie

4. Crackle

5. 123Movies

6. Peacock TV

7. Cineb

8. YouTube

9. MyFlixer

10. Freevee (formerly IMDb TV)

11. FMovies

12. Vumoo

13. Plex

14. MoviesJoy

15. Pluto TV

16. YesMovies

17. Vudu

18. GoStream

19. PopcornFlix

20. Soap2Day

Friday, 15 July 2022

ৰজা ৰাণী

বহুদিনৰ আগৰ কথা
এক আছিল ডাঙৰ ৰজা
কওঁ শুনা বৰ মজা
ৰজাই খাই ভাল পাইছিল
লেটা আৰু গাহৰি ভজা৷

ৰাণী আছিল দুজনী
ৰজাই কৰে বহুত মৰম
নেমু চৰ্বত,কুহিঁয়াৰ ৰস খাই
যেতিয়া হয় গৰম৷

সেই ৰজাৰ লগত এদিন মোৰ
হ’ল দেখাদেখি
মই এলেহুৱা ৰজা বুলি কওঁতে
আহিল মোক খেদি৷

ৰজাৰ সৈন্যই খেদি অহা দেখি
প্ৰাণটাকি দৌৰিলো
থতমত খাই দেখিলো
বিচনাৰ পৰাহে পৰিলো৷

এতিয়া বিষত থাকিব নোৱাৰি
লগাই আছো মলম
বাটেৰে এজনে কৈ গ’ল বিয়া পাতি ল’
হৈছে কিন্তু পলম৷

তই দিবি কাপোৰ কানি
তাই দিব ভাত পানী
তই হবি তোৰ ৰাজ্যৰ ৰজা
তাই হ’ব তোৰ ৰাণী৷

Thursday, 7 July 2022

*List of The 20 Largest Stars in The Universe*⭐🌟⭐🌟⭐

*List of The 20 Largest Stars in The Universe*⭐🌟⭐🌟⭐




20 UW Aquilae Rank Name Size (solar radii) Distance (ly) RA Dec

1 UY Scuti 1,708±192 9500 18h 28m -12.5°

2 V766 Centauri Aa 1,492±540 4,900 – 11,700 13h 47m -62.6°

3 KY Cygni 1,420±284(–2,850±570) 5000 20h 26m 38.4°

4 AH Scorpii 1,411±124 1060 17h 12m -32.4°

5 W Cephei 1,329.62 163081.67 22h 37m 58.4°

6 Westerlund 1 W237 1,241±70 8500 16h 47m -45.9°

7 BC Cygni 1,230.27–1,140±228 2718 20h 22m 37.6°

8 IRC -10414 ~1,200 6523 18h 23m -13.7°

9 PZ Cassiopeiae 1,190±238(–1,940±388) 18120.19 23h 45m 61.9°

10 V1489 Cygni (NML Cygni) 1,183 5250 20h 46m 40.1°

11 GCIRS 7 1,170±60–1,368 unknown 17h 45m -29.0°

12 Westerlund 1 W26 (Westerlund 1 BKS AS) 1,165±58–1,221±120 11500 16h 47m -45.8°

13 RW Cephei 1,157.92 2741 22h 24m 56.1°

14 RT Carinae 1,090±218 1431 10h 45m -59.5°

15 V396 Centauri 1,070±214 – 1,145.31 7389.29 13h 18m 61.7°

16 V602 Carinae 1,050±165 132 11h 14m -60.2°

17 IM Cassiopeiae 1,039.43 2886 1h 33m 62.4°

18 CK Carinae 1,013.42 – 1,060±212 526 10h 25m -60.3°

19 KW Sagittarii 994.794 – 1,009±142 6200 17h 53m -28.0°

20 UW Aquilae 946.285 150 18h 58m -0.5

Wednesday, 6 July 2022

হাঁহিবোৰ বন্ধকত দি হাঁহিবলৈ শিকিছো😃😄😁😆

হাঁহিবোৰ বন্ধকত দি হাঁহিবলৈ শিকিছো😃😄😁😆

হাঁহিবোৰ বন্ধকত দি
  হাঁহিবলৈ শিকিছো
নাই ৰং নাই কেনভাচ
বালিতেই ৰঙীন ছবি আঁকিছো৷

সপোনবোৰ হেৰুৱাই
বাস্তৱৰ সৈতে একাত্ম হ’বলৈ শিকিছো
পোৱা নোপোৱাৰ জটিল অংকবোৰ 
দিন ৰাতিৰ ডায়েৰীৰ পৃষ্ঠাত লিখিছো!

এসমত পাখি লগা মন
এতিয়া সঁজাত বন্দী পখী
লাহে লাহে মানুহ চিনিবলৈ শিকিছো
কমিছে এতিয়া আত্মীয় কুটুম্ব সখী৷

সৰুতেই আছিল বহুত ভাল
নিৰ্ভয়ে নিচিন্তে আছিলো মাৰ কোলাত শুই
এতিয়া চাৰিওফালে মাথো
দুখ যন্ত্ৰণা ব্যৰ্থতা আৰু হতাশাৰ জুই!

বিচাৰিলেই সকলো পালে
পৃথিৱীত কোনো দুখীয়েই নাথাকে
বেইমান ভগ্ন হৃদয়খন আৰু মনটোৱে
কিছু কথা নুবুজে নেমানে৷

লাহে লাহে বুজিব পাৰিছো
ভগৱানৰ চাবি দিয়া পুতলা আমি
কল্পনা সপোনৰ জগতখন সস্তীয়া ন
বাস্তৱবোৰ বহুত দামী৷



০৫/০৭/২০২২

থুকৰাকে মেৰা প্যাৰ মেৰা ইন্টকাম দেখেগি😊

থুকৰাকে মেৰা প্যাৰ মেৰা ইন্টকাম দেখেগি😊 মাইক্ৰ ফাইনেঞ্চ বেংকৰ চাকৰিটো পোৱা বেছি দিন হোৱা৷সিদিনা খন গোটৰ কিস্তিৰ ধন আনিবলৈ গ’লো৷...