Tuesday, 16 June 2020

ম’হৰ কামোৰৰ পৰা ৰক্ষা কেনেকৈ পাব ?

ম’হৰ কামোৰৰ পৰা ৰক্ষা পাবলৈ এটা সহজ উপায় আছে৷

প্ৰথমে এটা কাজি নেমু বা গোল নেমু কাটি লওক৷

তাৰ পাছত কেইটুকুৰামান লং টুকুৰা কৰি কাটি লোৱা নেমুৰ টুকুৰাত গুজি দিয়ক৷

ক্ষন্তেক সময় অপেক্ষা কৰক লাহে লাহে ম’হবোৰ নিৰ্দিষ্ট কোঠাটোৰ পৰা আতৰি যাব৷

Monday, 15 June 2020

কৌতুক পঢ়ি হাঁহো আহক

কৌতুক ১

শিক্ষক : পাপু তোমাৰ পৰীক্ষাৰ বহীখনত দেউতাৰ Signature লৈ আহিবা ৷
পাপু : ছাৰ,আমাৰ ওচৰৰ দোকানখনত Signature শেষ হৈ গ’ল OC আনিলে হবনে?


কৌতুক ২

চান্টা : সোনকালে ল’ৰা অলপ গাড়ী ভৰ্তি কৰি লৈ আহ৷

বান্টা : কি হ’ল ভাই পাৰ্টি আছে নেকি?

চান্টা : আৰে ভাই সোনকালে আহ মোৰ ইয়াত কাজিয়া হৈ গ’ল৷

বান্টা : Sorry ভাই মই আজি যাব নোৱাৰিম৷

চান্টা : ( আচৰিত হৈ ) কিয়?

বান্টা : মোৰ গাড়ীৰ নম্বৰ Even হয় আজিটো Odd নম্বৰৰ গাড়ী চলোৱা দিন৷

চান্টা : তেন্তে কি কৰো মই এতিয়া?

বান্টা : দুটা কাম কৰিব পাৰ তই৷ হয় তই সেই ঠাইৰপৰা প’লা নহয় আজি পিতন খা কাইলৈ গৈ আমি পিতিম৷


কৌতুক ৩

পুৰণা গান শুনিলে পত্নীয়ে কয় কাৰ কথা ভাবি ৰোমাণ্টিক হৈ গানৰ মজা লৈ আছে আৰু নতুন গান শুনিলে কয় এই বয়সত পুৰা চেঙেলীয়া তেজ গাত আহি গৈছে ন’ তেল ফাটিছে৷

বেচেৰা গিৰিয়েক নিৰুপায় ৷

কৌতুক ৪

শিক্ষক : তোমালোকে ক’ব পাৰিবানে ভগৱানে নাৰী কিয় সৃষ্টি কৰিলে?

শ্ৰেণীৰ সকলো ছাত্ৰই একেলগে উত্তৰ দিলে “ছাৰ আমাৰ ল’ৰাবোৰৰ জীৱন বৰ্বাদ কৰিবলৈ”


কৌতুক ৫

পত্নী : মই যদি মৰি যাওঁ তেতিয়া তুমি বিয়া কৰাবানে?

পতি:(কিছুসময় ভাবি) নাই নকৰাওঁ কিয় সুধিলা?

পত্নী : মই ভাবিছিলো যদি কেতিয়াবা হঠাতে মৰি যাওঁ তেতিয়া তুমি অকলে থকাতকৈ বিয়াখন পাতি ল’বা তেতিয়া ল’গ এটা পাবা৷

পতি : উম ঠিক আছে 

পত্নী : পিছে বিয়াখন কাৰ লগত পাতিবা?

পতি : ( অলপ সময় ভাবি হাঁহি মাৰি ) তোমাৰ ভন্তিৰ লগত৷

ঘৈণীয়েকে আচৰিত হৈ গিৰিয়েকলৈ চালে কিন্তু একো নকলে৷

পতি : তোমাকো কথা এটা সুধো যদি মই হঠাতে মৰি যাওঁ তেতিয়া তুমি কি কৰিবা?

পত্নী : (হাঁহি ) মইও তোমাৰ ভাইটিৰ লগত মানে তোমাৰ মামাৰ ল’ৰাটোৰ লগত বিয়া হম৷

কৌতুক ৬

আপুনি জানেনে NEWSPAPER ৰ সম্পূৰ্ণ ৰূপটো কি?

NEWSPAPER ৰ সম্পূৰ্ণ ৰূপটো হ’ল
North East West South Past And Present Every Report.


কৌতুক ৭

ল’ৰাই বিয়া নপতাকৈ খুড়া হব পাৰে কিন্তু ছোৱালী খুড়ী হ’ব নোৱাৰে৷

ল’ৰাই বিয়া নপতাকৈ মামা হ’ব পাৰে কিন্তু ছোৱালী মামী হব নোৱাৰে৷

ছোৱালী বিয়া নোহোৱাকৈ জেঠাই হব পাৰে কিন্তু ল’ৰা জেঠপেহা হ’ব নোৱাৰে৷

ছোৱালী বিয়া নোহোৱাকৈ মাহী হ’ব পাৰে কিন্তু ল’ৰা মহা হ’ব নোৱাৰে৷

কৌতুক ৮

পুলিচ : ( চোৰলৈ চাই ধমকি সুৰেৰে ) তই এখন দোকানতে তিনিদিন চুৰি কৰিলি?

চোৰ : ছাৰ মই এদিনেই গৈছিলো চুৰ কৰিবলৈ বাকী দুদিন Colour Change কৰিবলৈ গৈছিলো৷


কৌতুক ৯

এবাৰ এজন মাছ বেপাৰীয়ে এটা ডাঙৰ মাছ পালে ৷তাৰ মনত এটা বুদ্ধি খেলালে যাতে সি মাছৰ দামটো পায় কিন্তু মাছটো বিক্ৰী নকৰাকৈ গোটেইটো ঘৰতে খাবলৈ পায়৷বহুসময় ভবাৰ পাছত বুদ্ধি পাঙি মাছটো লৈ তিনিআলিলৈ গ’ল৷ মাছটো সকলোৱে দেখাকৈ থলে আৰু মাছটোৰ কাষতে এখন পষ্টাৰ আৰি দিলে৷পষ্টাৰ খনত লিখা আছিল
“ডাঙৰ মাছটোৰ সৈতে একপি চেলফি লওঁক মাত্ৰ ১০ টকাত”৷

১০ কৌতুক

শিক্ষক : নিকু,তোমাক মই বাক্য দুশাৰী দিম ৷তুমি সেই বাক্য দুশাৰীৰ পাৰ্থক্য ক’ব লাগে ৷
১/সি বাচন ধুলে৷
২/সি বাচন ধুব লগা হ’ল৷

নিকু : ছাৰ,প্ৰথম বাক্যশাৰীত কৰ্তা জন অবিবাহিত আৰু দ্বিতীয় বাক্যশাৰীত কৰ্তা জন বিবাহিত৷
 
নিকুৰ উত্তৰ শুনি শিক্ষকজন শ্ৰেণীকোঠাত লগে লগে ঢলি পৰিল৷



Saturday, 13 June 2020

How To Watch Netflix For Free

How to watch Netflix for free

Step 1. Open Netflix app or Go to Netflix.com in your Computer Web Browser

Step 2.
Click join free for a month

Step 3.
Click see the plans when prompted

Step 4.
Select a plan

Step 5.
Scroll down and click continue

Step 6.
Click continue when promoted

Step 7.
Enter an email address and password

Step 8.
Click continue

Step 9.
Select a payment method

Step 10.
Enter your payment details

Step 11.
Click start Membership

Step 12.
Cancel your Membership before getting billed.

Friday, 12 June 2020

অশোকচক্ৰত থকা ২৪ ডাল দণ্ডৰ অৰ্থ

অশোকচক্ৰৰ ২৪ ডাল দণ্ডৰ অৰ্থ :--
১/ধৈৰ্য্য
২/আৰোগ্য
৩/শান্তি
৪/ত্যাগ
৫/অনুশাসন
৬/সেৱা
৭/ক্ষমা
৮/ভালপোৱা
৯/মৈত্ৰী
১০/বন্ধুত্ব
১১/সংগঠন
১২/কল্যাণ
১৩/সমৃদ্ধি
১৪/উদ্যোগ
১৫/সুৰক্ষা
১৬/নিৰাপত্তা
১৭/নিয়ম
১৮/সমতা
১৯/অৰ্থ
২০/নীতি
২১/ন্যায়
২২/সহকাৰ্য
২৩/কৰ্তব্য
২৪/অধিকাৰ

Thursday, 11 June 2020

তোৰে মোৰে প্ৰেম কাহিনী

তোৰে মোৰে প্ৰেম কাহিনী
আধৰুৱা হৈয়ে ৰ’ল
কৃষ্ণই বৃন্দাবন এৰি
মথুৰালৈ গ’ল৷
তই গলি মোক এৰি
আনৰ হবলৈ
কৃষ্ণ আহিছিল জানো
ৰাধাৰ চকুলো চাবলৈ!
কবিতাৰ ছন্দবোৰ
তোৰ লগতে লৈ গলি,
বিৰহৰ বেদনাত গোপীসকলৰ
বুকুখনি থাকিল জ্বলি৷
ভাবিছিলো তোক লৈ
সৰু প্ৰজাঘৰ টোতে সুখেৰে থাকিম,
কৃষ্ণই কৈ গ’ল সকলোকে
মই আকৌ এবাৰ আহিম৷
বুজাব নোৱাৰো মনকে
কিদৰে বাধা দিও চকুলো,
বাঁহীৰ অমিয়া সুৰ সুৱৰি
যমুনাৰ পাৰতে কান্দিছে সকলো৷
কিয় বাৰু আমাৰ প্ৰেম
আধৰুৱা হৈ ৰ’ল,
কিয় বাৰু ৰাধাক পাহৰি
শ্ৰীকৃষ্ণ ৰুক্মিণীৰ হ’ল৷
আজিও বুজাব পৰা নাই নিজকে
কিমান ভাল লগা আছিল সেই সময়
নকৰিবা দুখ ৰাধা তুমি
তোমাৰ দৰেই দুখী মই৷
বহুদিন হৈ গ’ল নিজকে 
কিবা অচিনাকি যেন ল’গা হল
কিয় বাৰু শ্ৰীকৃষ্ণই 
ৰাধাক পাহৰি আনৰ হ’ল৷
এটি সঁচা প্ৰেম কাহিনী
আধৰুৱা হৈ ৰ’ল
তোৰ প্ৰতিছবি সদায় কিয়
মনত পৰা হ’ল৷
আহিবা শ্ৰীকৃষ্ণ তুমি
সুৰ বিলাই দিবা গকুল,বৃন্দাবন
নিজৰ আপোনজনক হেৰুৱাই
কেনেকৈ সুখী হ’য় মন!
ৰাধাৰ চকুলো যমুনাই দেখিলে
কবিতাই দেখে মোৰ দুখ
সঁচা প্ৰেম কাহিনী আধৰুৱা নকৰিবা
মিলন কৰি দিয়া স্বৰ্গ সুখ৷

Wednesday, 10 June 2020

মনটো জোনটোৰ দৰেই ধুনীয়া

মনটো জোনটোৰ দৰেই ধুনীয়া
সপোনবোৰ জোনটোৰ দৰেই 
কেতিয়াবা সৰু কেতিয়াবা ডাঙৰ
সংকল্পবোৰ জোনটোৰ দৰেই
পৰিস্থিতি যিমান প্ৰতিকূল নহওক কিয়
সদায় একে মনোবল লৈ থাকিম
আপোন হওক পৰ হওক 
জোনটোৱে ত’ৰা বোৰ সৈতে হঁহাৰ দৰে
মইও সকলোৰে লগত হাঁহিম৷

Monday, 8 June 2020

ভাৰতৰ দীৰ্ঘ ১০ খন দলঙৰ নাম

দেশৰ দীৰ্ঘ ১০ খন দলং :

১/ ধলা-শদিয়া দলং ( অসম) দৈৰ্ঘ্য ৯১৫০ মিটাৰ

২/মহাত্মা গান্ধী সেতু ( বিহাৰ) দৈৰ্ঘ্য ৫৭৫০ মিটাৰ

৩/বাদ্ৰা-ৱৰ্লি ছী লিংক ( মহাৰাষ্ট্ৰ) দৈৰ্ঘ্য ৫৫৭৫ মিটাৰ

৪/বিক্ৰমশীলা সেতু (বিহাৰ) দৈৰ্ঘ্য ৪৭০০ মিটাৰ

৫/ভেমবানাদ ৰে’ল দলং ( কেৰালা) দৈৰ্ঘ্য ৪৬২০ মিটাৰ

৬/দীঘা-সোণপুৰ দলং ( বিহাৰ) দৈৰ্ঘ্য ৪৫৫৬ মিটাৰ

৭/আৰা-চাপ্ৰা দলং ( বিহাৰ) দৈৰ্ঘ্য ৪৩৫০ মিটাৰ

৮/কুভুৰ-ৰাজমুদ্ৰী দলং ( অন্ধ্ৰপ্ৰদেশ) দৈৰ্ঘ্য ৪১৩৫ মিটাৰ

৯/মুংগেৰ গংগা দলং ( বিহাৰ) দৈৰ্ঘ্য ৪১৩৫ মিটাৰ

১০/চালাৰীঘাট দলং ( উত্তৰ প্ৰদেশ) দৈৰ্ঘ্য ৩২৬০ মিটাৰ

Sunday, 7 June 2020

ভাললগা কেইটামান শ্বায়েৰী Hindi Romantic Shayari Part 3

1. Mujhe Har Gunah Qabool Hai Sahab
Bas Sart Yahi Hai Ki
Mujhe Saja Dene Wala 
Khud Bekasoor Ho.


2.Hazar Bar Li Hai Tumne Talashi Meri Dil Ki
Batao Kabhi Kuch Mila Hai Ishme Pyar Ke Siwa.

3.A Dil Nadan Tujhe Huya Kya Hai
Aakhir Ish Dard Ki Dawa Kya Hai
Humko Unse Hai Umid Wafa Ki
Jo Jante Hi Nehi Ki Wafa Kya Hai.

4.Hasin Tha Wo Baspan Tab Khilone Zindagi The
Aur Aaj Tu Zindagi Hi Khilona Hai.

5.Log Bhul Jayenge Ki Aapne Kya Kaha
Log Bhul Jayenge Ki Aapne Kya Kiya
Par Log Yah Kabhi Nehi Bula Bhulenge Ki
Aapka Bartab Unke Sath Kaisa Hai

6.Dil Ko Bura Rakh Ke Juban Ka
Meetha Banna Mujhe Nehi Aata
Jisko Apnaya Dil Se Apnaya Meine
Aur Jishko Choura Dilse Choura Meine

7.Zindagi Lehar Thi Aap Sahil Huye
Na Jane Kaise Hum Aap Ke Kabil Huye
Na Bhula Payenge Hum Ush Hanshi Pal Ko
Jab Aap Humari Zindagi Mai Samil Huye.

8.Aap Khud Nehi Janti Aap Kitni Pyari Ho
Jan Tu Humari Par Jaan Se Pyari Ho
Dooriyan Ke Hone Se Koi Fark Nehi Padta
Aap Kal Bhi Humari Thi Aaj Bhi Humari Ho.

9.Suraj Wo Jo Din Bhar Asman Ka Sath De
Chand Wo Jo Rat Bhar Taro Ka Sath De
Pyar Wo Jo Zindagi Bhar Sath De
Aur Dosti Wo Jo Pal Pal Sath De.

10.Mohabbat Hi Barbaad Nehi Karti 
Kisi Ka Aadat Ho Jana Bhi
Barbadi Se Kam Nehi.

ভাৰতৰ কেইখনমান ঠাইৰ নাম ধেমেলীয়াকৈ জানো আহক

1. GREAT COUNTRY মহাৰাষ্ট্ৰ
2. ROYAL PLACE ৰাজস্থান
3.MR CITY শ্ৰীনগৰ
4.RHYTHM OF EYES নাইনিতাল
5.FACE চুৰট
6.UNMARRIED GIRL কন্যা কুমাৰী
7.NO ZIP চেন্নাই
8.COME IN EVENING ( ASSAM) অসম
9.GO AND COME গোৱা
10.ANSWER STATE উত্তৰ প্ৰদেশ
11.MAKE JUICE বনাৰস
12.DO DRAMA কৰ্ণাটক
13.MIDDLE STATE মধ্য প্ৰদেশ
14.MOM BY মুম্বাই
15.HI GROOM LATER হায়দৰাবাদ
16. ARUNA WALK অৰুণাচল

#জমনিৰ_বাবেহে

হিৰণ্যকশিপুৰ দৰে হৈছে কৰ’না ভাইৰাছ

হিৰণ্যকশিপুৰ দৰেই হৈছে কৰ’না ভাইৰাছ
জলতো নমৰে,স্থলতো নমৰে
আকাশতো নমৰে,পাতালতো নমৰে
ভিতৰতো নমৰে,বাহিৰতো নমৰে
মানুহৰ হাততো নমৰে,পশুৰ হাততো নমৰে
দৈত্যৰ হাততো নমৰে,দেৱতাৰ হাততো নমৰে
দিনতো নমৰে,ৰাতিও নমৰে
অস্ত্ৰৰেও মাৰিব নোৱাৰি,শস্ত্ৰৰেও মাৰিব নোৱাৰি

কেনেকৈ কৰ’না মৰিব একমাত্ৰ প্ৰভুৱেহে জানে হে প্ৰভু,অৱতাৰ লোৱা পৃথিৱীত.....

থুকৰাকে মেৰা প্যাৰ মেৰা ইন্টকাম দেখেগি😊

থুকৰাকে মেৰা প্যাৰ মেৰা ইন্টকাম দেখেগি😊 মাইক্ৰ ফাইনেঞ্চ বেংকৰ চাকৰিটো পোৱা বেছি দিন হোৱা৷সিদিনা খন গোটৰ কিস্তিৰ ধন আনিবলৈ গ’লো৷...