Wednesday, 10 June 2020

মনটো জোনটোৰ দৰেই ধুনীয়া

মনটো জোনটোৰ দৰেই ধুনীয়া
সপোনবোৰ জোনটোৰ দৰেই 
কেতিয়াবা সৰু কেতিয়াবা ডাঙৰ
সংকল্পবোৰ জোনটোৰ দৰেই
পৰিস্থিতি যিমান প্ৰতিকূল নহওক কিয়
সদায় একে মনোবল লৈ থাকিম
আপোন হওক পৰ হওক 
জোনটোৱে ত’ৰা বোৰ সৈতে হঁহাৰ দৰে
মইও সকলোৰে লগত হাঁহিম৷

No comments:

Post a Comment

Academic Calendar Assam 2026-27

Academic Calendar Assam 2026-27 Academic Calendar Assam 2026-27