Friday, 5 June 2020

হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষা ২০২০ ৰ ফলাফল কেনেকৈ লাভ কৰিব Assam SEBA HSLC Result 2020

 ৬ জুন ২০২০ শনিবাৰে ঘোষণা হ’ব হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল। ফলাফল ঘোষণাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ ছেবাৰ। পুৱা ৯ বজাত ঘোষণা হ’ব ফলাফল। এইবাৰ কেৱল অনলাইনযোগে ছাত্ৰ -ছাত্ৰীয়ে লাভ কৰিব ফলাফল। ফলাফলৰ বাবে ছেবাই মুকলি কৰিছে ১৪ টাকৈ ৱেবছাইট।

পৰীক্ষাৰ ফলাফল উপলব্ধ হ’বলগীয়া ৱেবছাইটসমূহ :

www.results.sebaonline.org

www.resultsassam.nic.in

www.examresults.netwww.examresults.net/assam

www.indiaresults.comexametc.com

www.newsnation.in

www.newsstate.com

https://iresults.netAssamjobAlerts.com

www.assamResult.in

www.results.siksha

www.assam.siksha আৰু

www.jagranjosh.com


ইয়াৰোপৰি SEBA Results 2020 এপত লাভ কৰিব ফলাফল। Googole paly storeৰ পৰা ডাউনলোড কৰিব পাৰিব এই এপ। এই এপত পৰীক্ষাৰ্থীয়ে নিজৰ ৰোল আৰু নাম্বাৰ মাৰিলে লাভ কৰিব ফলাফলৰ লগতে মাৰ্কশ্বীট। ছাত্ৰ–ছাত্ৰীসকলে এপত টাইপ কৰিব লাগিব ৰোল নাম্বাৰ, জন্মদিন আৰু চেণ্টাৰ নাম্বাৰ।

No comments:

Post a Comment

SBI Account Opening Form 2026 PDF

SBI account opening form SBI Account Opening Form 2026 PDF Documents Required for SBI Account Opening Form Two self-attested passport-size p...