১/প্ৰথমতে আপোনাৰ মবাইল বা কম্পিউটাৰৰ যিকোনো ব্ৰাউজাৰত যাওঁক৷
২/দ্বিতীয়তে আপুনি গুগলত bestwap.in Search কৰক৷
৩/ Bestwap.in চাৰ্চ কৰাৰ পাছত আপুনি সেই ৱেবছাইটত যাওঁক৷
৪/Bestwap.in ত যোৱাৰ পাছত অলপ তললৈ চালেই দেখিব Your Name Ringtone Option টো৷
৫/ Your Name Ringtone ত ক্লিক কৰাৰ লগে লগে Make Your Name Ringtone পেজটো দেখা পাব৷
৬/ Make Your Name Ringtone ত গৈ আপুনি নিজৰ নামটো টাইপ কৰি পছন্দৰ অনুসৰি হিন্দী ইংৰাজীত ৰিংটন বনাই লব পাৰে৷লগতে Message Tone ও বনাব পাৰিব৷
৭/ যদি কোনোবা Caller Name দি ৰিংটন বনাব বিচাৰে তেন্তে Ringtone With Caller Name ত ক্লিক কৰি Caller জনৰ নামটো দি Ringtone বনাই লব পাৰিব৷
No comments:
Post a Comment