Friday, 5 June 2020

হেৰাই যায়

হেৰাই যায় শৈশৱ
হেৰাই যায় যৌৱন
হেৰাই যায় সপোন
হেৰাই যাম মই
হেৰাই যাবা তুমি
হেৰাই যাব এই সময়!

No comments:

Post a Comment

Academic Calendar Assam 2026-27

Academic Calendar Assam 2026-27 Academic Calendar Assam 2026-27