Saturday, 6 June 2020

সময় হৈ গ’ল নতুন

সুখ বিচাৰি দুখবোৰ কৰিলো আপোন 
চকুৰ পলকতে সকলো হৈ গল নতুন 
সেয়েহে আজিকালি নেদেখো সপোন 
সময়বোৰ হৈ গল ভগা দাপোণ 
সুখ বিচাৰি দুখবোৰ কৰিলো আপোন 
ৰৈ গলো একে ঠাইতে 
সময় হৈ গল নতুন ।

No comments:

Post a Comment

Academic Calendar Assam 2026-27

Academic Calendar Assam 2026-27 Academic Calendar Assam 2026-27