Sunday, 7 June 2020

হিৰণ্যকশিপুৰ দৰে হৈছে কৰ’না ভাইৰাছ

হিৰণ্যকশিপুৰ দৰেই হৈছে কৰ’না ভাইৰাছ
জলতো নমৰে,স্থলতো নমৰে
আকাশতো নমৰে,পাতালতো নমৰে
ভিতৰতো নমৰে,বাহিৰতো নমৰে
মানুহৰ হাততো নমৰে,পশুৰ হাততো নমৰে
দৈত্যৰ হাততো নমৰে,দেৱতাৰ হাততো নমৰে
দিনতো নমৰে,ৰাতিও নমৰে
অস্ত্ৰৰেও মাৰিব নোৱাৰি,শস্ত্ৰৰেও মাৰিব নোৱাৰি

কেনেকৈ কৰ’না মৰিব একমাত্ৰ প্ৰভুৱেহে জানে হে প্ৰভু,অৱতাৰ লোৱা পৃথিৱীত.....

No comments:

Post a Comment

Academic Calendar Assam 2026-27

Academic Calendar Assam 2026-27 Academic Calendar Assam 2026-27