Sunday, 23 October 2022

আ আখৰে আৰম্ভ হোৱা ৬ বিধ ফলৰ নাম

আ আখৰে আৰম্ভ হোৱা ৬ বিধ ফলৰ নাম


১/ আপেল

২/আম

৩/আহোম বগৰী

৪/আটলাচ

৫/আমলখী

৬/আনাৰস

অ আখৰে আৰম্ভ হোৱা ৩ বিধ ফলৰ নাম

অ আখৰে আৰম্ভ হোৱা ৩ বিধ ফলৰ নাম


১/অমৰা

২/অমিতা

৩/অমৰুদ ( অম্বা )

Thursday, 6 October 2022

পথাৰ


পথাৰবোৰ আজিকালি
উদং হৈ ৰ’ল
চৰকাৰী চাউলেৰে
বস্তা টিনবোৰ ভৰ্তি হ’ল৷

কাম বেছি নকৰো কষ্টও নকৰো
ৰ’দ বৰষুণ নালাগে গাত
চৰকাৰী চাউল মুঠি সিজাই
খাম সুখেৰে ভাত৷

সেউজীয়া পথাৰ আজিকালি
সোণোৱালী নোহোৱাৰ বেদনাত উচুপি উঠে
ফ্ৰীতে সকলো পোৱাৰ বাবে
আদ্দাৰ পৰা বহু লোক নুঠে৷

এনেদৰে সময় গৈ থাকিলে 
কি হ’ব বাৰু এদিন?
ভাবি চাবচোন এবাৰ
আহিবনে সুদিন বা দুৰ্দিন!!

Tuesday, 4 October 2022

🆃🅾🅿 🆃🅴🅽 🅰🅽🅳🆁🅾🅸🅳 🅿🅷🅾🅽🅴🆂 🅸🅽 2022

🆃🅾🅿 🆃🅴🅽 🅰🅽🅳🆁🅾🅸🅳 🅿🅷🅾🅽🅴🆂 🅸🅽 2022

1. Samsung Galaxy S22 ultra
2. Honor 70
3.Samsung Galaxy S22
4.Oneplus 10 Pro
5.Google Pixel 6 Pro
6.Xiaomi 12 Pro
7.Oppo Find X5 Pro
8.Realme GT2
9.Asus Rog Phone 6D Ultimate
10.Xiaomi 12

Sunday, 2 October 2022

Shortest Man and Woman in the World 2022 বিশ্বৰ আটাইতকৈ চাপৰ পুৰুষ আৰু মহিলা গৰাকী ২০২২

Shortest Man and Woman in the World 2022 বিশ্বৰ আটাইতকৈ চাপৰ পুৰুষ আৰু মহিলা গৰাকী ২০২২

Shortest Man in the World 2022
বিশ্বৰ আটাইতকৈ চাপৰ মানুহজন ২০২২

Dor Bahadur Khapangi
দুৰ বাহাদুৰ খাপাংগী


Shortest Woman in the World 2022
বিশ্বব আটাইতকৈ চাপৰ মহিলাগৰাকী

Jyoti Amge
জ্যোতি আমগে্

Tallest Man and Woman in the World 2022 বিশ্বৰ আটাইতকৈ ওখ পুৰুষ আৰু মহিলা গৰাকী ২০২২

🅣🅐🅛🅛🅔🅢🅣 🅜🅐🅝 🅐🅝🅓 🅦🅞🅜🅐🅝 🅘🅝 🅣🅗🅔 🅦🅞🅡🅛🅓 2022

Tallest Man in the World 2022
বিশ্বৰ আটাইতকৈ ওখ মানুহ জন ২০২২

Sultan Kosen
চুলটান কুচেন


Tallest Woman in the World 2022
বিশ্বৰ আটাইতকৈ ওখ মহিলা গৰাকী ২০২২

Rumeysa Gelgi
ৰুমেইছা গেলগি

Friday, 22 July 2022

20 Best Free Movie Streaming Sites in 2022

20 Best Free Movie Streaming Sites in  2022 



1. AZMovies

2. Tubi

3. SolarMovie

4. Crackle

5. 123Movies

6. Peacock TV

7. Cineb

8. YouTube

9. MyFlixer

10. Freevee (formerly IMDb TV)

11. FMovies

12. Vumoo

13. Plex

14. MoviesJoy

15. Pluto TV

16. YesMovies

17. Vudu

18. GoStream

19. PopcornFlix

20. Soap2Day

Friday, 15 July 2022

ৰজা ৰাণী

বহুদিনৰ আগৰ কথা
এক আছিল ডাঙৰ ৰজা
কওঁ শুনা বৰ মজা
ৰজাই খাই ভাল পাইছিল
লেটা আৰু গাহৰি ভজা৷

ৰাণী আছিল দুজনী
ৰজাই কৰে বহুত মৰম
নেমু চৰ্বত,কুহিঁয়াৰ ৰস খাই
যেতিয়া হয় গৰম৷

সেই ৰজাৰ লগত এদিন মোৰ
হ’ল দেখাদেখি
মই এলেহুৱা ৰজা বুলি কওঁতে
আহিল মোক খেদি৷

ৰজাৰ সৈন্যই খেদি অহা দেখি
প্ৰাণটাকি দৌৰিলো
থতমত খাই দেখিলো
বিচনাৰ পৰাহে পৰিলো৷

এতিয়া বিষত থাকিব নোৱাৰি
লগাই আছো মলম
বাটেৰে এজনে কৈ গ’ল বিয়া পাতি ল’
হৈছে কিন্তু পলম৷

তই দিবি কাপোৰ কানি
তাই দিব ভাত পানী
তই হবি তোৰ ৰাজ্যৰ ৰজা
তাই হ’ব তোৰ ৰাণী৷

Thursday, 7 July 2022

*List of The 20 Largest Stars in The Universe*⭐🌟⭐🌟⭐

*List of The 20 Largest Stars in The Universe*⭐🌟⭐🌟⭐




20 UW Aquilae Rank Name Size (solar radii) Distance (ly) RA Dec

1 UY Scuti 1,708±192 9500 18h 28m -12.5°

2 V766 Centauri Aa 1,492±540 4,900 – 11,700 13h 47m -62.6°

3 KY Cygni 1,420±284(–2,850±570) 5000 20h 26m 38.4°

4 AH Scorpii 1,411±124 1060 17h 12m -32.4°

5 W Cephei 1,329.62 163081.67 22h 37m 58.4°

6 Westerlund 1 W237 1,241±70 8500 16h 47m -45.9°

7 BC Cygni 1,230.27–1,140±228 2718 20h 22m 37.6°

8 IRC -10414 ~1,200 6523 18h 23m -13.7°

9 PZ Cassiopeiae 1,190±238(–1,940±388) 18120.19 23h 45m 61.9°

10 V1489 Cygni (NML Cygni) 1,183 5250 20h 46m 40.1°

11 GCIRS 7 1,170±60–1,368 unknown 17h 45m -29.0°

12 Westerlund 1 W26 (Westerlund 1 BKS AS) 1,165±58–1,221±120 11500 16h 47m -45.8°

13 RW Cephei 1,157.92 2741 22h 24m 56.1°

14 RT Carinae 1,090±218 1431 10h 45m -59.5°

15 V396 Centauri 1,070±214 – 1,145.31 7389.29 13h 18m 61.7°

16 V602 Carinae 1,050±165 132 11h 14m -60.2°

17 IM Cassiopeiae 1,039.43 2886 1h 33m 62.4°

18 CK Carinae 1,013.42 – 1,060±212 526 10h 25m -60.3°

19 KW Sagittarii 994.794 – 1,009±142 6200 17h 53m -28.0°

20 UW Aquilae 946.285 150 18h 58m -0.5

Wednesday, 6 July 2022

হাঁহিবোৰ বন্ধকত দি হাঁহিবলৈ শিকিছো😃😄😁😆

হাঁহিবোৰ বন্ধকত দি হাঁহিবলৈ শিকিছো😃😄😁😆

হাঁহিবোৰ বন্ধকত দি
  হাঁহিবলৈ শিকিছো
নাই ৰং নাই কেনভাচ
বালিতেই ৰঙীন ছবি আঁকিছো৷

সপোনবোৰ হেৰুৱাই
বাস্তৱৰ সৈতে একাত্ম হ’বলৈ শিকিছো
পোৱা নোপোৱাৰ জটিল অংকবোৰ 
দিন ৰাতিৰ ডায়েৰীৰ পৃষ্ঠাত লিখিছো!

এসমত পাখি লগা মন
এতিয়া সঁজাত বন্দী পখী
লাহে লাহে মানুহ চিনিবলৈ শিকিছো
কমিছে এতিয়া আত্মীয় কুটুম্ব সখী৷

সৰুতেই আছিল বহুত ভাল
নিৰ্ভয়ে নিচিন্তে আছিলো মাৰ কোলাত শুই
এতিয়া চাৰিওফালে মাথো
দুখ যন্ত্ৰণা ব্যৰ্থতা আৰু হতাশাৰ জুই!

বিচাৰিলেই সকলো পালে
পৃথিৱীত কোনো দুখীয়েই নাথাকে
বেইমান ভগ্ন হৃদয়খন আৰু মনটোৱে
কিছু কথা নুবুজে নেমানে৷

লাহে লাহে বুজিব পাৰিছো
ভগৱানৰ চাবি দিয়া পুতলা আমি
কল্পনা সপোনৰ জগতখন সস্তীয়া ন
বাস্তৱবোৰ বহুত দামী৷



০৫/০৭/২০২২

Friday, 20 May 2022

বাহ সাজি নথকা চৰাইৰ নাম

বাহ  সাজি  🪺🪹🪺🪹নথকা চৰাইৰ নাম: 
১/ কুলি

২/কেতেকী

৩/ময়ূৰ

Wednesday, 18 May 2022

Domestic Animals Name in Assamese ( অসমীয়াত বনৰীয়া জন্তুৰ নাম)

Domestic Animals Name in Assamese ( অসমীয়াত বনৰীয়া জন্তুৰ নাম) 

Cat ( কেট ) মেকুৰী
Dog ( ডগ ) কুকুৰ
Cow ( কাউ ) গৰু
Goat ( গ’ট ) ছাগলী
Rabbit ( ৰেবিট ) শহা পহু
Horse ( হৰ্ছ ) ঘোঁৰা
Camel ( কেমেল ) উট
Sheep ( চিপ ) ভেড়া
Donkey ( দংকি  ) গাধ
Buffalo ( বাফেল’) ম’হ
Ox ( অক্স) ষাঁড় গৰু
Pig ( পিগ ) গাহৰি
Yak ( য়াক ) মেথোন


Sunday, 15 May 2022

নতুন দিগন্ত

নতুন দিগন্ত 
 
বিচাৰি ফুৰিছোঁ নতুন দিগন্ত
মনত এবুকু আশা লৈ,
ঘুৰাই পাম জানো সেউজীয়া সপোনবোৰ
সময় যে বোৱতি নৈ!

পথৰ দাঁতিতে ক্ষন্তেক থমকি
এপলক চালো নিজৰে মুখ,
পোৱাবোৰ লৈ সুখী হ’ব নোৱাৰিনে
হেৰুৱা বোৰ লৈ কিয় কৰো দুখ?
 
ডাৱৰ আতৰি মনৰ আকাশ
ফৰকাল হৈ জোন ত’ৰাৰে জাতিষ্কাৰ হ’ব,
আপোন কোন চেনেহৰ কোন
সময়ত নিজেই সকলোৱে ক’ব!

ঢিমিকি ঢিমিকি জ্বলা আশাৰ শলিতা
উদ্যম আত্মবিশ্বাস লাখুটি হিচাপে লৈ,
উলালো মই দীঘলীয়া যাত্ৰাত
ঘুৰিম পুনৰ নতুন দিগন্ত লৈ৷

✍️১৫✍️০৫✍️২০২২✍️

🌺🌹🌼😞ঔষধি হিচাপে ব্যৱহাৰ কৰা ফুলৰ নাম😤🩺💊💉🩸

🌺🌹🌼😞ঔষধি হিচাপে ব্যৱহাৰ কৰা ফুলৰ নাম😤🩺💊💉🩸

১/শেৱালি ফুল

২/কুম্ভিফুল

৩/গোলাপ

৪/কেশৰ

৫/চম্পা

৬/জবা ফুল

৭/সোণাৰু 

৮/পদুম

৯/ইন্দ্ৰমালতী

১০/খৰিকাজাঁই

☘️🍀🌿🥦খাদ্য হিচাপে ব্যৱহাৰ কৰা ফুলৰ নাম🥦🌿🍀☘️

☘️🍀🌿🥦খাদ্য হিচাপে ব্যৱহাৰ কৰা ফুলৰ নাম🥦🌿🍀☘️

১/ ব্ৰকলি

২/ফুলকবি

৩/আৰ্টিচক

৪/তিতাফুল

৫/শেৱালি ফুল

৬/অমিতা ফুল

৭/ৰঙালাও ফুল

🌻🌺🌻🌺🌷গোন্ধ নথকা ফুলৰ নাম🌷🌺🌻🌺🌻

🌻🌺🌻🌺🌷গোন্ধ নথকা ফুলৰ নাম🌷🌺🌻🌺🌻

১/ কৰবী

২/অপৰাজিতা

৩/সূৰ্যমুখী

৪/জবা

৫/কুঞ্জলতা

৬/ডালিয়া

৭/এজাৰ

৮/নয়নতৰা

৯/মদাৰ

১০/শিমলু

১১/পলাশ

১২/ধতুৰা

🌺🌹🌹🌺বাৰ মাহে ফুলা ফুলৰ নাম 🌺🌹🌹🌺

🌺🌹🌹🌺বাৰ মাহে ফুলা ফুলৰ নাম 🌺🌹🌹🌺

১/গোলাপ

২/জবা

৩/মালতী

৪/খৰিকাজাঁই

৫/কামিনী কাঞ্চন

৬/অপৰাজিতা

৭/কাঠণ্ডা

৮/চম্পা

💐🌷🌹🌼🌻গোন্ধ থকা ফুলৰ নাম🌻🌼🌹🌷💐

💐🌷🌹🌼🌻গোন্ধ থকা ফুলৰ নাম🌻🌼🌹🌷💐

১/গুটিমালি

২/কামিনী কাঞ্চন

৩/পাৰিজাত

৪/বকুল

৫/চম্পা

৬/নাগেশ্বৰ

৭/হাচনাহানা

৮/কেতেকী

৯/কপৌফুল

১০/গোলাপ

১১/নাৰ্জী

১২/শেৱালি

১৩/ তগৰ

১৪/খৰিকাজাঁই

🎋🌳🌴🌾ল’তাজাতীয় ফুলৰ নাম🌾🌴🌳🎋

 🎋🌳🌴🌾ল’তাজাতীয় ফুলৰ নাম🌾🌴🌳🎋
১/অপৰাজিতা

২/মাধৱীলতা

৩/কুঞ্জলতা

৪/আকাশীলতা

🌻🌻হালধীয়া ফুলৰ নাম🌻🌻

🌻🌻হালধীয়া ফুলৰ নাম🌻🌻

১/কৰবী ফুল

২/কনক চম্পা

৩/বেলিফুল

৪/গেন্ধাইফুল

☘️🍀🎍🪴নীলা ফুলৰ নাম🪴🎍🍀☘️

☘️🍀🎍🪴নীলা ফুলৰ নাম🪴🎍🍀☘️

১/নীলা জবা ফুল

২/অপৰাজিতা

৩/নীলা ঘন্টা

🌺🌹🌺🌹ৰঙা ফুলৰ নাম🌹🌺🌹🌺

🌺🌹🌺🌹ৰঙা ফুলৰ নাম🌹🌺🌹🌺

১/ অশোক ফুল

২/কাঞ্চন

৩/মদাৰ

৪/পলাশ

৫/পদুম

৬/ৰঙা ভেট

৭/ৰক্ত জবা বা ৰঙা জবা ফুল

💧💦🫧পানীত ফুলা🫧💦💧ফুল🎍🪴🎋🌾💐🌷🪷

💧💦🫧পানীত ফুলা🫧💦💧ফুল🎍🪴🎋🌾💐🌷🪷

১/পদুম ফুল

২/কলমৌ

৩/ভেট ফুল

৪/মেটেকা

🌼🌼🌼🌼🌼বগা ফুলৰ নাম🌼🌼🌼🌼🌼

🌼🌼🌼🌼🌼বগা ফুলৰ নাম🌼🌼🌼🌼🌼

১/ কামিনী কাঞ্চন

২/তগৰ

৩/বগা জবা ফুল

৪/কাঞ্চন

৫/বগা পদ্ম

৬/শেৱালি

৭/কপৌফুল

🌛🌝🌚💫⭐🌟ৰাতি ফুলা ফুলৰ নাম🌱🌿🎍🪴🎋🍃🌾🌸

🌛🌝🌚💫⭐🌟ৰাতি ফুলা ফুলৰ নাম🌱🌿🎍🪴🎋🍃🌾🌸

১/ তগৰ

২/ধতুৰা

৩/স্থল পদ্ম

৪/ভেটফুল

৫/ৰজনীগন্ধা

৬/কামিনী কাঞ্চন

৭/শেৱালি

৮/হাচনাহানা

Wednesday, 13 April 2022

বহাগ বিহুত খোৱা ১০১ বিধ শাকপাচলিৰ নাম:

বহাগ বিহুত খোৱা ১০১ বিধ শাকপাচলিৰ নাম:


১) চেংমৰা - 

২) মধুসোলেং 

৩) তিতা কেৰেলা 

৪) কপৌঢেঁকীয়া 

৫) বেতগাজ 

৬) তেজপাত

৭) তিয়ঁহ 

৮) চিৰতা 

৯) কেঁচা জলকীয়া 

১০) কালজিৰা 

১১) উৰহী 

১২) পচলা 

১৩) কঁঠাল 
১৪) অমিতা 

১৫) ৰঙালাউ 

১৬) মৰলীয়া 

১৭) বাবৰিশাক 

১৮) হেলচি শাক 

১৯) শুহনিবন 

২০) তিতাফুল 

২১) মোৱা আলু 

২২) বকফুল 

২৩) ভাতকেৰেলা 

২৪) আদা 

২৫) হালধি 

২৬) ভূতমলা 

২৭) ফুটকলা 

২৮) জেতুলীপকা 

২৯) কলডিল 

৩০) বিলাহী 

৩১) চয়াবিন

৩২) নহৰু

৩৩) পিয়াঁজ

৩৪) জালুক

৩৫) ৰঙাআলু

৩৬) আলু

৩৭) পানীলাউ

৩৮) ৰঙা মৰিচা

৩৯) ভোট জলকীয়া

৪০) কাজিনেমু

৪১) শেৱালি ফুল

৪২) বেঙেনা

৪৩) জিকা 

৪৪) ভোল 

৪৫) ফেচবিন 

৪৬) ভেন্দি 

৪৭) মানধনিয়া 

৪৮) লেচেৰামাহ 

৪৯) হাতীভেঁকুৰি 

৫০) ভুঁই আমলখি 

৫১) ধঁপাত তিতা
৫২) সৰু মানিমুনি 

৫৩) বৰ মানিমুনি 

৫৪) মচন্দৰী 

৫৫) নৰসিংহ 

৫৬) তিতা ভেঁকুৰী 

৫৭) পনৌনৌৱা 

৫৮)ভেদাইলতা 

৫৯) ঢেঁকীয়া 

৬০) তিতামৰা 

৬১) টেঙেচি 

৬২) চজিনা 

৬৩) কালমেঘ 

৬৪) জিলমিল 

৬৫) কচুঠুৰি 

৬৬) কলমৌ শাক 

৬৭) কেহৰাজ 

৬৮) খুতুৰা শাক 

৬৯) কাটা খুতুৰা 

৭০) গাজৰ 

৭১) লাইজাবৰি 

৭২) শুকলতি 

৭৩) দহিকচু 

৭৪) ওলকচু 

৭৫) টিকনিবৰুৱা 

৭৬) ধনিয়া পাত

৭৭) চুকাশাক 

৭৮) দোৰোণবন 

৭৯) নেফাফু 

৮০) পদিনা 

৮১) পুৰৈশাক 

৮২) পালেংশাক 

৮৩) পাতেগজা 

৮৪) পানীটেঙেচি 

৮৫) ব্ৰাহ্মীশাক 

৮৬) বাহক তিতা 

৮৭) ভাঙৰ পাত 

৮৮) মহাভৃংগৰাজ 

৮৯) মটৰ মাহ 

৯০) মহানিম 

৯১) মেথিশাক 

৯২) মাটিকাঁদুৰি 

৯৩) মূলা 

৯৪) মালভোগ শাক 

৯৫) মৰিচা শাক 

৯৬) মানকচু 

৯৭) সৰিয়হ শাক 

৯৮) কাচকল 

৯৯) বনজালুক 

১০০) টেঙামৰা 

১০১)তিতাফুল

Sunday, 9 January 2022

🌹🥀🌺🌸১০ টা অপ্ৰিয় চিৰন্তন সত্য কথা🌹🥀🌺🌸

🌹🥀🌺🌸১০ টা অপ্ৰিয় চিৰন্তন সত্য কথা🌹🥀🌺🌸

১/ভালতকৈ ধুনীয়াৰ ওজন বহুত বেছি৷😘🥰😕😟

২/যদি তোমাৰ হাতত টকা পইছা নাথাকে তোমাক আত্মীয় কুটুম্বই পাত্তা নিদিয়ে৷💵💴💶💷🪙💰

৩/ উপদেশ দিয়া মানুহৰ সংখ্যা বহুত বেছি কিন্তু বিপদত সহায় কৰা মানুহৰ সংখ্যা তেনেই নগণ্য৷9️⃣8️⃣7️⃣0️⃣🙁☹️😣

৪/তোমাক প্ৰশংসা কৰা প্ৰতিজন লোকেই তোমাৰ শুভাকাংক্ষী নহয়৷🤗🤔🤭🤫🤕

৫/ধন টকা পইছাৰ ওচৰত বহুতৰ সপোন,প্ৰেম আধৰুৱা হৈয়ে ৰয়৷💵💴💶💷❤️💓💘💔💔

৬/১০০ টা ভাল কাম কৰা কোনেও নেদেখে কিন্তু এদিন কিবা এটা ভুল কৰা সকলোৱে নজৰ দিব৷😗😙😚😝🤨🧐🤓

৭/মানুহে যিমান সহজে চকুপানী উপহাৰ দিব জানে সিমান সহজে হাঁহি উপহাৰ দিব নাজানে৷😫😩🥺😢😭😀😄😁😆😅

৮/তুমি সফল নহলে তোমাক সফল মানুহৰ উদাহৰণ দি কথা ক’ব আৰু যদি সফল হোৱা পিছফালৰ পৰা গতিয়াই বা থেলা দিব বিচাৰিব৷😏😒😞🤔😶😐

৯/তুমি যিমানেই ভাল সহজ সৰল হ’বা তোমাক সিমানেই মানুহে ব্যৱহাৰ কৰিব নিজৰ ইচ্ছা অনুসৰি৷👊✊🤛👌👌✋🙏

১০/জীৱনলৈ অহা প্ৰতিজনে লোকেই কিবা নহয় কিবা এটা শিকাই যায়৷👧🧒👦🏻👩🏼👨👩‍🦱🧑🏼‍🦱👩‍🦰🧑‍🦳👴

থুকৰাকে মেৰা প্যাৰ মেৰা ইন্টকাম দেখেগি😊

থুকৰাকে মেৰা প্যাৰ মেৰা ইন্টকাম দেখেগি😊 মাইক্ৰ ফাইনেঞ্চ বেংকৰ চাকৰিটো পোৱা বেছি দিন হোৱা৷সিদিনা খন গোটৰ কিস্তিৰ ধন আনিবলৈ গ’লো৷...