আমি বহুতে ভিডিঅ’ চাবৰ বাবেই Mx Player এপটো ব্যৱহাৰ কৰি আহিছো৷আজি মই আপোনালোকক Mx player ৰ সহায়ত কেনেকৈ অতি সহজে আয় উপাৰ্জন কৰিব পাৰিব তাক চমুকৈ কম৷
সাধাৰণতে Mx Player ৰ সহায়ত দুই ধৰণে আয় ( ধনৰাশি ) উপাৰ্জন কৰিব পাৰিব৷
১/Games খেলি
২/Mx Creator হৈ
Mx Player
Mx Player ত বৰ্তমান বহুতো Games উপলব্ধ আছে৷আপুনি Mx player ত গেম খেলিবলৈ Mx player App ত গৈ Games ত চুই দিয়ক৷
Mx Player ত উপলব্ধ হোৱা Game সমূহ দেখিবলৈ পাব৷লগতে জয়ী হ’লে কিমান ধনৰাশি পুৰস্কাৰ হিচাপে লাভ কৰিব তাকো দেখা পাব৷
নিজৰ পছন্দ অনুসৰি বা যিটো গেমত নিজকে Talented বুলি ভাৱে সেইটো গেম খেলক৷
Mx Player App ত Quiz,Ludu,Carrom,Bubble Blast,Black puzzle, Piggy night,Jimbo jump,Slit sight,Focus Locus,Tiny Army আদি কৰি আৰু বহুতো খেল খেলিবলৈ পাব৷
Mx Creator
Mx Player ত Mx Creator হৈ টকা উপাৰ্জন কৰিব পাৰিব৷
যদি আপুনি Video বনাই Youtube,Facebook বা অন্য Social Media ত Upload/Publish কৰে তেন্ত আপুনি নিজৰ Video সমূহ Mx Player ত publish কৰিব পাৰিব৷আপোনাৰ Facebook page আৰু Youtube Channel ৰ Link Mx Player ৰ লগত Connect কৰি Vido সমূহ Monetize কৰিব পাৰিব৷
No comments:
Post a Comment