বাকী কেইটা Apps ৰ দৰে Paytm ত বহু কেইটা গেম উপলব্ধ আছে যিবোৰ খেলি Paytm Cash আয় কৰিব পাৰি৷
লকডাউনৰ সময়চোৱাত আটাইতকৈ বেছি জনপ্ৰিয় হোৱা Game টো হ’ল Online Ludu৷ভাৰতবৰ্ষত এইটো গেম কেইটা কোটি মানুহে খেলিছে আৰু বহুতে প্ৰতিযোগিতাত জয়ী হৈ পুৰস্কাৰ লাভ কৰিছে৷
শিৰোনামাত দিয়াৰ দৰে মাত্ৰ 5 মিনিটত 500₹ টকা লাভ কৰিবৰ বাবে আপুনি Paytm ৰ পৰা Ludu Game টো Download কৰিলেই হব৷
প্ৰথমে Paytm App ত যাওক৷
ইয়াৰ পাছত Play Games ত যাওক আৰু Ludu ত Touch কৰক৷
Ludu ত Touch কৰাৰ পাছত install app & Get ₹500 বুলি দেখিব তাত চুই দি Install কৰক৷
Install হোৱাৰ পাছত এটা একাউণ্ট খোলক বা Paytm একাউণ্টৰ সহায়ত লগ ইন কৰক৷
লগে লগে Sign up Bonus হিচাপে আপোনাৰ Account ত ₹500 জমা হব৷
উক্ত Ludu Game app টোত Ludu খেলি লাভ কৰক 100000₹ ( এক লাখ) টকা জিকাৰ সুযোগ৷
No comments:
Post a Comment