Sunday, 24 May 2020

দুখ

দূূূূৰলৈ গৈও দূূূৰলৈ যাব নোৱাৰিম
কিমান কান্দিম মই তোমাক বুজাব নোৱাৰিম,
দুখ এইবাবে নহয় যে তোমাক কাষত নাপাওঁ
দুখ এইবাবেই লাগিব যে মই কেতিয়াও তোমাক পাহৰিব নোৱাৰিম!

No comments:

Post a Comment

Academic Calendar Assam 2026-27

Academic Calendar Assam 2026-27 Academic Calendar Assam 2026-27