KBC ৰ Registration ৰ বাবে প্ৰতি ৰাতি ৯ বজাত এটা প্ৰশ্ন সোধা হয়৷ পিছদিনা ৰাতি ৯ বজালৈকে উক্ত প্ৰশ্নটোৰ উত্তৰ দিবৰ বাবে সময় থাকে৷
KBC 2020 ৰ বাবে Registration কেনেকৈ কৰিব:
Google play store ৰ পৰা Sony liv App ডাউনলড্ কৰক৷
তাৰ পাছত Sony liv app Open কৰিলে KBC Season 12 in 2020 Registration Page টো দেখিব৷তাতে ক্লিক কৰি নিজৰ ঠাইৰ নাম,বয়স,আপোনাৰ জীৱিকা,শিক্ষাগত অৰ্হতা,লিংগ আৰু Mobile No দিলে নিৰ্দিষ্ট প্ৰশ্নটো দেখা পাব তাত চাৰিটা উত্তৰ থাকিব তাৰে শুদ্ধ উত্তৰটোত ক্লিক কৰি Submit কৰি দিব৷ যদি আপুনি নিৰ্বাচিত হয় তেতিয়া Sony Channel ৰ ফালৰ পৰা আপোনাৰ লগত যোগাযোগ কৰিব৷
Sony liv app Download নকৰাকৈও KBC 12 ত Registration কৰিব পাৰিব৷
যিকোনো Mobile নম্বৰৰ পৰা KBC < Space><A/B/C/D><Space><Age in Completed years><Space><Gender দি 509093 নম্বৰত পঠিয়াই দিব লাগে৷ যিকোনো এটি প্ৰশ্নৰ উত্তৰ option B হয় ,আপুনি পুৰুষ হয় আৰু আপোনাৰ বয়স ২৫ তেতিয়া তলত উল্লেখ কৰা ধৰণে SMS দিব লাগিব
KBC B 25 M
No comments:
Post a Comment